• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছত যোগদান অৰুণাচল প্ৰদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী কুমাৰ ৱাইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2023 2:51 pm
900
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী কুমাৰ ৱাইয়ে বুধবাৰে দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছত যোগদান কৰে।

এই উপলক্ষে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি ভেনুগোপাল, অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি বছিৰাম ইৰাম আৰু প্ৰাক্তন মন্ত্ৰী টাংগা বালিং উপস্থিত থাকে।

ৱাইয়ে পূৰ্বৰ চৰকাৰ (২০১৪-২০১৯)ত গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

লগতে পঢ়কঃ দোষীক ক্ষমাদান : ৬৬ শতাংশ কাৰাবাস খটা কয়দী সকলক মুক্তি দিয়াৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

শেহতীয়াকৈ তেওঁ চৰকাৰক আক্ৰমণ কৰি অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ) আৰু ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।

তেওঁ উদ্বেগ প্ৰকাশ কৰে যে যদিহে এই ধাৰা অব্যাহত থাকে তেন্তে ই গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে কাৰণ নিৰ্বাচিত চৰকাৰে এই আইনখনক নিজৰ এজেণ্ডাৰ বাবে অপব্যৱহাৰ কৰিব পাৰে।

Shri Kumar Waii, former Home Minister of Arunachal Pradesh, joins the Congress family today in the presence of Gen. Sec (Org) @kcvenugopalmp ji. pic.twitter.com/H6KEwnDsxr

— Congress (@INCIndia) June 28, 2023

Recent News

এটা সুস্থ জীৱন কামনা কৰে যদি এৰক ৰক্তচাপ বৃদ্ধি কৰা এই ৩ বিধ খাদ্য

এটা সুস্থ জীৱন কামনা কৰে যদি এৰক ৰক্তচাপ বৃদ্ধি কৰা এই ৩ বিধ খাদ্য

২ লাখ টকাৰ নন-ৰিফাণ্ডেবল ট্ৰেভেল বুকিংৰ পিছতো ChatGPT-ৰ সহায়ত লাভ কৰিলে ৰিফাণ্ড! সামাজিক মাধ্যমত দাবী এগৰাকী ব্যৱহাৰকাৰীৰ

২ লাখ টকাৰ নন-ৰিফাণ্ডেবল ট্ৰেভেল বুকিংৰ পিছতো ChatGPT-ৰ সহায়ত লাভ কৰিলে ৰিফাণ্ড! সামাজিক মাধ্যমত দাবী এগৰাকী ব্যৱহাৰকাৰীৰ

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd