• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সকলো সম্পত্তি বিক্ৰী কৰি দিব প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দেক আহমেদে!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 29, 2018 8:56 pm
siddeque ahmed assam
114
VIEWS
Share on FacebookShare on Twitter

১০ কোটি টকাত সকলো সম্পত্তি বিক্ৰী কৰিবলৈ প্ৰস্তুত প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছ নেতা ছিদ্দেক আহমেদ!

মুখ্য মন্ত্ৰীৰ ভিজিলেন্স আৰু দুৰ্নীতি নিবাৰক শাখাই মঙলবাৰে কৰিমগঞ্জৰ নিলাম বজাৰৰ বাসগৃ্হত তালাচী চলোৱাৰ পিছতেই বুধবাৰে গুৱাহাটীত আহমেদে সংবাদ মাধ্যমৰ আগত কৰিছে এই ঘোষণা।

ছিদ্দেকৰ বহু হাজাৰ কোটি টকাৰ সম্পত্তি আছে বুলি মুখ্য মন্ত্ৰী সোণোৱালক ‘কোনোবাই পতিয়ন’ নিওৱাৰ বিপৰীতে তেওঁৰ সিমান সম্পত্তি নাই বুলি মত প্ৰকাশ কৰি আহমেদ এই মন্তব্য কৰিছে।

পঢ়ক এই বাতৰি : ছিদ্দেকৰ ঘৰত ভিজিলেন্সৰ দলৰ তালাচী

‘যদি কোনো লোকে মোৰ সম্পত্তি ১০ কোটি টকাত ক্ৰয় কৰিব বিচাৰে, তেন্তে মই সম্পত্তিখিনি বিক্ৰী কৰি দিম,’ সংবাদ মাধ্যমত মন্তব্য আহমেদৰ।

ভিজিলেন্সৰ তালাচীৰ আঁৰত ‘গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ’ থকা বুলি দাবী কৰি আহমেদে কয় ‘মোৰ পিছত বিজেপি দলৰ মানুহ লাগি আছে।’

মন্ত্ৰী হৈ থকাৰ সময়তো তেওঁৰ বিৰুদ্ধে মুখ্য মন্ত্ৰীৰ দুৰ্নীতি নিবাৰকৰ তদন্ত চলাৰ কথা উল্লেখ কৰি আহমেদে কয় যে কংগ্ৰেছৰ দিনটো তেওঁ দলৰে প্ৰতিদ্বন্দ্বী বৰাকৰ এগৰাকী নেতাৰ ষড়যন্ত্ৰৰ বলি হৈছিল।

প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে তদন্তক ‘আদৰণি’ জনোৱাৰ লগতে এই ক্ষেত্ৰত ‘সহায়-সহযোগিতা আগবঢ়াবলৈ প্ৰস্তুত’ বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

আহমেদে লগতে কয় যে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে তেওঁৰ চাহ বাগান নাই, ৰবৰ বাগানহে আছে।

Recent News

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd