• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক্ৰিকেটাৰৰ পৰা কাঠমিস্ত্ৰী হ’ল অষ্ট্ৰেলিয়াৰ এইজন বিশ্বকাপবিজয়ী প্ৰাক্তন তাৰকা!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2021 4:31 pm
ক্ৰিকেটাৰৰ পৰা কাঠমিস্ত্ৰী হ’ল অষ্ট্ৰেলিয়াৰ এইজন বিশ্বকাপবিজয়ী প্ৰাক্তন তাৰকা!
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৬ বছৰ পূৰ্বে পঞ্চমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল মহাপ্ৰতাপী অষ্ট্ৰেলিয়াই।

মাইকেল ক্লাক নেতৃত্বাধীন সেই দলটোৰ মুখ্য স্পিনাৰ আছিল জেভিয়েৰ ড’হাৰ্টি।

বিশ্বকাপৰ পাছতেই তেওঁ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

এতিয়া তেওঁ কাম কৰিছে কাঠমিস্ত্ৰী হিচাপে।

অৱশ্যে টকাৰ অভাৱত পৰি নহয়, স্পিনাৰগৰাকীয়ে এই কাম বাছি লৈছে কামবিধৰ প্ৰতি থকা ভালপোৱাৰ বাবেই।

Test bowler turned carpenter 👷🔨

Xavier Doherty took some time to find what was right for him following his retirement from cricket, but he’s now building his future with an apprenticeship in carpentry.#NationalCareersWeek pic.twitter.com/iYRq2m39jt

— Australian Cricketers’ Association (@ACA_Players) May 18, 2021

ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত কি কৰিব, তাৰ চিন্তাত ৰাতি টোপনি অহা নাছিল তেওঁৰ।

ইয়াৰ পাথ, অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলৰ সংস্থাৰ সৌজন্যত তেওঁ এই পেছালৈ আহিছে।

এটা ভিডিঅ’ত ডোহাৰ্টিয়ে কয় যে এই কামটোত তেওঁ এতিয়াও শিক্ষাৰ্থী।

বৰ্তমান তেওঁ কামটোৰ স’তে বেছিভাগ সময় কটাইছে আৰু উপভোগ কৰিছে।

তেওঁ কৈছে ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত তেওঁ কি কৰিব ধৰিবই পৰা নাছিল।

প্ৰথম ১২ মাহত তেওঁ সমুখত যি পায় তাকে কৰি গৈছিল।

পাহাৰ বগোৱা, অফিচৰ কাম, ক্ৰিকেটৰ কাম সকলো কৰিগৈছিল।

তাৰ পাছতে হঠাৎ এই কাঠমিস্ত্ৰীৰ কামটো বাচি ল’লে।

তেওঁ ইয়াৰ বাবে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলৰ সংস্থাক ধন্যবাদ জনাই কয় যে ক্ৰিকেট এৰাৰ পাছত অনেকৰ মানসিক অৱস্থা ভাল নাথাকে, তাৰ খেয়াল সংস্থাটোৱে ৰাখি আহিছে।

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ হৈ ডোহাৰ্টিয়ে চাৰিখন টেষ্ট খেলিছিল।

আনহাতে এদিনীয়া আৰু টি-২০ ক্ৰিকেটত তেওঁ যথাক্ৰমে ৫৫ আৰু ৬০টা উইকেট লাভ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

August 22, 2025 10:56 pm
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

August 22, 2025 9:40 pm
বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

August 22, 2025 8:34 pm
বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

August 22, 2025 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

August 22, 2025 10:56 pm
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

August 22, 2025 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd