• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিত সংঘাত! মন্ত্ৰী অজন্তা নেওগৰ পদত্যাগ দাবী প্ৰাক্তন বিজেপি সাংসদ ৰমেন ডেকাৰ

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 27, 2022 8:18 am
190
VIEWS
Share on FacebookShare on Twitter

অসম বিজেপিৰ মাজত চলি থকা ন-বিজেপি আৰু পুৰণি বিজেপিৰ সংঘাতৰ ছবি পুনৰ এবাৰ দৃশ্যমান হৈ পৰিছে। এইবাৰ এই সংঘাতক স্পষ্টকৈ তুলি ধৰি মন্ত্ৰী অজন্তা নেওগৰ পদত্যাগ দাবী কৰিছে প্ৰাক্তন বিজেপি সাংসদ ৰমেন ডেকা।

জ্যেষ্ঠ বিজেপি নেতাজনে এক ফেচবুক পোষ্ট যোগে ন-বিজেপি তথা মন্ত্ৰী অজন্তা নেওগৰ পদত্যাগৰ দাবী কৰিছে।

মন্ত্ৰী অজন্তা নেওগৰ জালুকবাৰীৰ বাসগৃহৰ পৰা এগৰাকী মহিলা উদ্ধাৰৰ পিছতে এই দাবী তুলিছে ৰমেন ডেকাই।

বিত্ত মন্ত্ৰীগৰাকীৰ বাসগৃহত সংঘটিত ঘটনাক দুৰ্ভাগ্যজনক আৰু উদ্বেগজনক আখ্যা দিয়ে ডেকাই।

সমগ্ৰ বিষয়ত মুখ্যমন্ত্ৰীৰো হস্তক্ষেপ দাবী কৰে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে।

নিৰপেক্ষ তদন্তৰ স্বাৰ্থত মন্ত্ৰীগৰাকীক নিজে মন্ত্ৰীসভাৰ পৰা পদত্যাগৰ দাবী তোলে ডেকাই।

উল্লেখযোগ্য যে মন্ত্ৰী অজন্তা নেওগৰ জালুকবাৰীৰ বাসগৃহৰ পৰা দেওবাৰে উদ্ধাৰ হৈছিল এগৰাকী মহিলা।মন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰক্ষীয়ে মহিলাগৰাকীক আৱদ্ধ কৰি ৰখাৰ অভিযোগ তুলি একাংশ সংবাদ মাধ্যমত বাতৰিও প্ৰচাৰ হৈছিল।

বাতৰিত উল্লেখ কৰা অনুসৰি চাকৰি দিয়াৰ টোপ দি যৌনকৰ্মী হ’বলৈ বাধ্য কৰোৱাৰ অভিযোগ উঠিছে মন্ত্ৰী নেওগৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে।

মহিলাগৰাকীক জালুকবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে যদিও এতিয়া ৰহস্যজনক কাৰণত সংবাদ মাধ্যমে মহিলাগৰাকীৰ শুংসূত্ৰ পোৱা নাই।

মহিলাগৰাকীয়েও নিজেও কিয় সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া দিয়া নাই সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত। আনহাতে ঘটনা সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগেও বৰ্তমানলৈকে কোনোধৰণে মুখ খোলা নাই।

Recent News

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

NEET PG 2025: ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব পৰীক্ষা

NEET PG 2025: ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব পৰীক্ষা

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd