• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

 বিজেপিৰ প্ৰাক্তন মুখপাত্ৰক বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 6, 2025 9:35 am
61
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে তিনিজন অধিবক্তাক বম্বে উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। ইয়াৰে এজনৰ নিযুক্তি সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত কলেজিয়ামৰ সিদ্ধান্তক লৈ এক বৃহৎ বিতৰ্ক আৰম্ভ হৈছে।

ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা বম্বে উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰতি অৰুণ শথে ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰ বিজেপিৰ মুখপাত্ৰ আৰু দলৰ আইনী কোষৰ মুৰব্বী আছিল।

ন্যায়াধীশ শ্বাথেৰ পিতৃও একেখন উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু তেওঁ বিজেপি আৰু আৰএছএছৰ সৈতেও জড়িত।

মহাৰাষ্ট্ৰৰ বিৰোধী দলসমূহে এনে এজন ব্যক্তিক ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ ঘোৰ বিৰোধিতা কৰিছে।

তেওঁলোকে কয় যে আৰতি অৰুণৰ অৰ্হতাক লৈ তেওঁলোকৰ কোনো প্ৰশ্ন নাই। কিন্তু শাসকীয় দলৰ এজন সক্ৰিয় নেতাক নিযুক্তি দিয়াৰ বাবে ন্যায়পালিকা প্ৰদূষিত হৈছে।

আনহাতে বিজেপিয়ে কয় যে আৰতি অৰুণে ডেৰ বছৰ পূৰ্বে দলটোৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিছিল। তেওঁ বিজেপিৰ প্ৰাথমিক সদস্যপদও ত্যাগ কৰিছে।

Recent News

আৰ এছ এছৰ শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকিব ৰাহুল গান্ধী! কংগ্ৰেছ নেতাক নিমন্ত্ৰণৰ চিন্তা মোহন ভাগৱতৰ

আৰ এছ এছৰ শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকিব ৰাহুল গান্ধী! কংগ্ৰেছ নেতাক নিমন্ত্ৰণৰ চিন্তা মোহন ভাগৱতৰ

 বিজেপিৰ প্ৰাক্তন মুখপাত্ৰক বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি

 বিজেপিৰ প্ৰাক্তন মুখপাত্ৰক বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি

বুলড’জাৰ নহয়, আইনৰ নীতি মানিব লাগিব চৰকাৰে : উৰিয়ামঘাটৰ উচ্ছেদ অভিযান স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

বুলড’জাৰ নহয়, আইনৰ নীতি মানিব লাগিব চৰকাৰে : উৰিয়ামঘাটৰ উচ্ছেদ অভিযান স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

পুনেত চাঞ্চল্যকৰ ঘটনা! চাকৰি হেৰুৱাই ঋণৰ বোজাত জৰ্জৰিত আই টি কৰ্মীৰ ডকাইতিৰ চেষ্টা

পুনেত চাঞ্চল্যকৰ ঘটনা! চাকৰি হেৰুৱাই ঋণৰ বোজাত জৰ্জৰিত আই টি কৰ্মীৰ ডকাইতিৰ চেষ্টা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd