• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাতিনী : বলীউডত কোন এই মোহময়ী?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 14, 2024 7:10 am
1.1k
VIEWS
Share on FacebookShare on Twitter

বলীউড কঁপাইছে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাতিনীয়েকে। ৰূপ-যৌৱনেৰে কম্পনাংকৰ সৃষ্টি কৰিছে দৰ্শকৰ মাজত।

এটা প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালৰ এই কন্যাই আৰম্ভণিতে বলীউডত বহু বাধাৰ সন্মুখীন হৈছিল যদিও কম সময়ৰ ভিতৰতে উদ্যোগটোত স্থান লাভ কৰিছিল। সম্প্ৰতি তেওঁ বলীউডৰ কেইবাখনো চিনেমাত অভিনয় কৰি নিজৰ যোগ্যতা প্ৰমাণ কৰিছে। জানেনে তেওঁ কোন? তেওঁৰ নাম শৰ্বাৰী ৱাঘ।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশীৰ নাতিনী। কিন্তু তেওঁ ৰাজনীতি নহয়, অভিনয়হে ভাল পায়। মহাৰাজৰ পৰা আৰম্ভ কৰি মুঞ্জা, হালফিললৈকে কেইবাখনো বলীউডৰ চিনেমাত অভিনয় কৰি শাৰ্বাৰীয়ে নিশাটোৰ ভিতৰতে লাইমলাইট দখল কৰে।

ইয়াৰ পূৰ্বে তেওঁ চুলতান আৰু ছুই ধাগাৰ বাবে অডিচন দিছিল যদিও তেওঁক বাদ দিয়া হৈছিল। তাৰ পিছত বাণ্টী অ’ৰ বাবলি ২ ৰ জৰিয়তে বলীউডত অভিষেক ঘটায়। ইয়াৰ পিছত তেওঁ কেইবাখনো চিনেমাত কাম কৰিছে। আগন্তুক দিনত আৰু কেইবাখনো চিনেমাত অভিনয় কৰিব শৰ্বাৰীয়ে।

অভিনয়ৰ উপৰিও তেওঁৰ গ্লেমাৰৰ বিষয়ে ছ’চিয়েল মিডিয়াতো বহুলভাৱে চৰ্চিত হৈছে। তেওঁৰ চকু কপালত তুলিব পৰা চেহেৰাত আপ্লুত হৈছে নেটিজেনসকল। আগন্তুক দিনত আলফা ভট্টৰ সৈতে চিনেমাত দেখা যাব শৰ্বাৰীক।

শুনা গৈছে যে সম্প্ৰতি বিকি কৌশলৰ ভাতৃ ছানী কৌশলৰ সৈতে তেওঁ সম্পৰ্কত আছে। কিন্তু দুয়োৰে কোনোৱেই ৰাজহুৱাভাৱে স্বীকাৰ কৰা নাই।

Recent News

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

বানত উটি গ’ল নেপাল আৰু চীন সংযোগী দলং : ৮ জন নিহত আৰু ১৮ জন নিৰুদ্দেশ

বানত উটি গ’ল নেপাল আৰু চীন সংযোগী দলং : ৮ জন নিহত আৰু ১৮ জন নিৰুদ্দেশ

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd