• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুৱতীক ঘৰলৈ আনি যৌন ব্যৱসায়! প্ৰাক্তন মুখ্য সচিবৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, নিলম্বিত আমোলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2022 5:41 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

223
VIEWS
Share on FacebookShare on Twitter

Job-for-sex racket আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰাক্তন মুখ্য সচিব জিতেন্দ্ৰ নাৰাইনৰ বিৰুদ্ধে তেওঁৰ ঘৰত যৌন ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। মুখ্য সচিব হিচাপে তেওঁৰ কাৰ্যকালত যুৱতীকেইজনীক পোৰ্ট ব্লেয়াৰৰ ঘৰলৈ অনা হৈছিল বুলি অভিযোগ কৰা হৈছে।

এগৰাকী যুৱতীয়ে দাবী কৰিছে যে কমেও ২০গৰাকী মহিলাক আনি তেওঁলোকক যৌন ব্যৱসায়ত লিপ্ত কৰা হৈছিল। তেওঁ আনকি মুখ্য সচিব আৰু আন্দামান চৰকাৰৰ আন এজন জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগো উত্থাপন কৰিছে।

লগতে পঢ়ক: তেলেংগানাতো ‘অপাৰেচন লোটাছ’; গাইপতি ৫০ কোটি দি ৪ জন টিআৰএছ বিধায়কক ক্ৰয়ৰ চেষ্টা!

২১ বছৰীয়া যুৱতীগৰাকীয়ে জিতেন্দ্ৰ আৰু আন্দামানৰ শ্ৰম আয়ুক্ত আৰ এল ঋষিকো গোচৰটোত অভিযুক্ত কৰিছে। তেওঁ জনাইছে যে তেওঁ কাম বিচাৰি আছিল। এজন হোটেলৰ মালিকে তেওঁক ঋষিৰ সৈতে যোগাযোগ কৰাই দিছিল। ঋষিয়ে তেওঁক জিতেন্দ্ৰৰ ঘৰলৈ লৈ গৈছিল বুলি অভিযোগ কৰা হৈছে।

তাত তেওঁক তাত সুৰাপান কৰিবলৈ দিয়া হৈছিল যদিও তেওঁ মান্তি হোৱা নাছিল। ইয়াৰ পিছত যুৱতীগৰাকীক চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দি অশালীন ব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। তেওঁ দুয়োৰে বিৰুদ্ধে যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছে।

লগতে পঢ়ক: ইউক্ৰেইনক ৪০০ ইৰাণী ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ! দাবী জেলেনস্কিৰ

মহিলাগৰাকীয়ে লগতে কৈছে যে দুসপ্তাহ পূৰ্বে তেওঁক পুনৰ একে ধৰণৰ ব্যৱহাৰ কৰা হৈছে। তেওঁ চাকৰিও পোৱা নাছিল। ইয়াৰ বিপৰীতে যুৱতীগৰাকীক ভাবুকি দিয়া হৈছিল যাতে ঘটনাটো ফাদিল নহয়। অভিযোগৰ পিছত জিতেন্দ্ৰ আৰু ঋষিক গ্ৰেপ্তাৰ কৰা হৈছে। জীতেন্দ্ৰক ১৪ নৱেম্বৰলৈকে অন্তৱৰ্তীকালীন জামিন দিয়া হৈছে। ঋষিৰ জামিনৰ আবেদন নাকচ কৰা হৈছে।

বাতৰি অনুসৰি, তদন্তৰ সময়ত আৰক্ষীয়ে প্ৰাপ্ত কৰা ফোন কলৰ ৰেকৰ্ড যুৱতীগৰাকীৰ ভাষ্যৰ সৈতে মিলিছে। বিতৰ্কৰ মাজতে জিতেন্দ্ৰ আৰু ঋষিক ১৭ অক্টোবৰত চাকৰিৰ পৰা নিলম্বিত কৰা হয়।

লগতে পঢ়ক: মন্ত্ৰীৰ পত্নী প্ৰেম :: ঋষি সুনাক বিত্তমন্ত্ৰী হৈ থকাৰ সময়ত আৱাসিক কৰ ৰেহাই দিয়া হৈছিল বিলিয়নাৰ পত্নী অক্ষতাক

জিতেন্দ্ৰক যোৱা জুলাই মাহত পোৰ্ট ব্লেয়াৰৰ পৰা দিল্লীলৈ বদলি কৰা হৈছিল। তেওঁ দিল্লীলৈ যোৱাৰ সময়ত তেওঁৰ ঘৰৰ চিচিটিভি ফুটেজো মচি পেলোৱা হৈছিল। অৱশ্যে আন্দামানৰ প্ৰাক্তন মুখ্য সচিবে তেওঁৰ বিৰুদ্ধে থকা সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ দাবী কৰিছে যে তেওঁৰ বিৰুদ্ধে এটা ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। তেওঁ দাবী কৰিছে যে যিটো তাৰিখত তেওঁৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ অনা হৈছে সেই দিনটোত তেওঁ পোৰ্ট ব্লেয়াৰতে নাছিল।

Recent News

দিল্লীত বিজেপি চৰকাৰৰ ১০০ দিন : কি ক’লে মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু আম আদমী পাৰ্টিয়ে?

দিল্লীত বিজেপি চৰকাৰৰ ১০০ দিন : কি ক’লে মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু আম আদমী পাৰ্টিয়ে?

পুনৰ বিতৰ্কত NEET-PG! দুটা শ্বিফ্টত নহ’ব পৰীক্ষা, নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

পুনৰ বিতৰ্কত NEET-PG! দুটা শ্বিফ্টত নহ’ব পৰীক্ষা, নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশত কৰ’নাত নতুনকৈ ৭ জনৰ মৃত্যু; কোভিড আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে প্ৰায় ৩ হাজাৰ

দেশত কৰ’নাত নতুনকৈ ৭ জনৰ মৃত্যু; কোভিড আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে প্ৰায় ৩ হাজাৰ

প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলন, কৰ্ণাটকত মৃত্যুৰ সংখ্যা ৭৫ জনলৈ লৈ বৃদ্ধি

প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলন, কৰ্ণাটকত মৃত্যুৰ সংখ্যা ৭৫ জনলৈ লৈ বৃদ্ধি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd