• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মই কি অনুভৱ কৰো সেয়া নিজৰ দেশত কোৱাৰ বাবে কাৰো অনুমতিৰ প্ৰয়োজন নাই : ইৰফান পাঠান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2019 7:31 pm
irfan pathan

ইৰফান পাঠান, উৎস-ইণ্টাৰনেট

291
VIEWS
Share on FacebookShare on Twitter

‘‘ৰাজনৈতিক বোকা ছটিওৱাৰ খেল চলি আছে আৰু চলি থাকিব কিন্তু মই আৰু দেশৰ নাগৰিকে জামিয়া মলিয়া বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ সৈতে সংঘটিত ঘটনাক লৈ চিন্তিত হৈছো’’, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ ইৰফান পাঠানৰ এটা টুইট।

প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ টুইটৰ পাছতে নাগৰিকত্ব (সংশোধনী) বিধেয়ক সমৰ্থক সকলে ছ’চিয়েল মিডিয়াত আক্ৰমণৰ লক্ষ্য কৰি লয় ইৰফান পাঠানক।

জামিয়াৰ প্ৰতিবাদকাৰী সকলৰ পক্ষ লোৱাৰ বাবেই ছ’চিয়েল মিডিয়াত এসময়ৰ ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰ গৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছত ইয়াৰ প্ৰত্যুত্তৰ দিছে খেলুৱৈ গৰাকীয়ে।

‘মই কি অনুভৱ কৰো সেয়া মোৰ দেশত কোৱাৰ বাবে কাৰো অনুমতি লোৱাৰ প্ৰয়োজন নায়’, ইৰফান পাঠানৰ উত্তৰ।

উল্লেখযোগ্য যে, নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ প্ৰতিবাদত উত্তাল হৈ পৰিছিল দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়।

আৰক্ষী আৰু শিক্ষাৰ্থী সকলৰ খণ্ড যুদ্ধত বহু কেইগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰ গুৰুতৰভাৱে আহত হৈছিল।

এই ঘটনাৰ পাছতে শিক্ষানুষ্ঠানখনত সংঘটিত ঘটনাক লৈ চিন্তা ব্যক্ত কৰিছিল প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে।

এসময়ত হাতত বল লৈ ভাৰতক বহু খেলত জয়ী কৰোৱা ইৰফান পাঠানে বৰ্তমান জম্মু-কাশ্মীৰ ৰঞ্জী ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰি আছে।

Recent News

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd