Home › দেশ ইহলীলা সম্বৰণ কৰিলে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো-এ May 17, 2024 8:44 am · এন ই নাও নিউজ, গুৱাহাটী ইহ সংসাৰ ত্যাগ কৰিলে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৱে৷আজি পুৱা ৭.০৮ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে বৰ্ষীয়ান অগপ নেতাগৰাকীৰ৷মৃত্যুৰ সময়ত জাতীয়তাবাদী নেতাগৰাকীৰ বয়স আছিল ৮৫ বছৰ৷দীৰ্ঘদিন ধৰি বড়ো হৃদৰোগত আক্ৰান্ত হৈ আছিল৷জানিব পৰা মতে প্ৰয়াত অগপ নেতাগৰাকীৰ নশ্বৰ দেহ অগপৰ আমবাৰী কাৰ্যালয়লৈ নিয়া হ’ব৷ অসম গণ পৰিষদৰ চৰকাৰৰ দিনত অসমৰ ৰাজহ মন্ত্ৰীৰ লগতে দুবাৰকৈ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বড়োৱে৷মৃত্যুৰ সময়ত থানেশ্বৰ বড়োৱে ইহ সংসাৰত একমাত্ৰ কন্যাক এৰি থৈ গৈছে৷ ‹ ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েছনৰ সভাপতি পদত জয়ী… অটল,দৃঢ়,একাগ্ৰ! ৭৩ বাৰ প্ৰিলিমছ্ আৰু ৪৩ বাৰ… › Related Newsনিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়েJuly 30, 2026 5:57 pm · এন ই নাও নিউজ, গুৱাহাটী সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?July 30, 2026 5:42 pm · এন ই নাও নিউজ, গুৱাহাটী“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰJuly 30, 2026 4:24 pm · এন ই নাও নিউজ, গুৱাহাটীমনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰJuly 30, 2026 4:23 pm · এন ই নাও নিউজ, গুৱাহাটী দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণাJuly 30, 2026 3:37 pm · এন ই নাও নিউজ, গুৱাহাটী