• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2021 7:19 pm
209
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাই মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে। ৪৪ বছৰীয়া ডোৰাই মৃত্যুৰ সময়ত পত্নী আৰু এগৰাকী ১২ বছৰীয়া কন্যাক এৰি থৈ যায়।

ডোৰাৰ জ্যেষ্ঠ ভাতৃ তথা ভাৰত আৰু মোহন বাগানৰ প্ৰাক্তন গ’লকীপাৰ হেমন্তই জানিব দিয়া অনুসৰি প্ৰশান্তৰ ধাৰাবাহিকভাৱে জ্বৰ হৈ আছিল আৰু যোৱা ডিচেম্বৰ মাহত তেওঁ হেমোফেগোছিটিক লিম্ফোহিষ্টোছাইটোছিছ ৰোগত আক্ৰান্ত হোৱাৰ কথা জানিব পাৰে।

জ্যেষ্ঠ ভাতৃয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘এই ৰোগ ধৰা পেলোৱাত চিকিৎসকে বহুত বেছি সময় লয়। পিছত টাটা মেডিকেলত তেওঁৰ চিকিৎসা চলে। আমি তেওঁক তেজ দি আছিলো, কিন্তু তেওঁ জীয়াই নাথাকিল আৰু আজি দুপৰীয়া ১ বাজি ৪০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে’।

ইফালে প্ৰাক্তন গ’লকীপাৰ গৰাকীৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰে মোহন বাগানে।

উল্লেখ্য যে ১৯৯৯ চনত থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলত অভিষেক ঘটিছিল তথা তেওঁ ছাফ কাপ আৰু ছাফ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

ইয়াৰ উপৰি তেওঁ ১৯৯৭-৯৮ আৰু ১৯৯৯ চনত সন্তোষ ট্ৰফিৰ সৰ্বশ্ৰেষ্ঠ গ’লকীপাৰ হিচাপে সন্মানিত হৈছিল।

টলীগঞ্জ অগ্ৰগামীৰ হৈ কেৰিয়াৰ আৰম্ভ কৰা প্ৰশান্তে পিছলৈ কলকাত্তা প’ৰ্ট ট্ৰাষ্ট, মোহম্মডন স্প’ৰ্টিং, মোহন বাগান আৰু ইষ্ট বেংগলৰ হৈ খেলিছিল।

Recent News

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd