• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ ক্ৰিকেট ফিল্ডত নামিব দাদা! ঘৰুৱা ইডেন গাৰ্ডেনত ক্ৰিকেট ফিল্ডলৈ প্ৰত্যাৱৰ্তন ঘটিব সৌৰভ গাঙ্গুলীৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2021 4:58 pm
Sourav Ganguly to appear with bat in hand at Eden Garden
327
VIEWS
Share on FacebookShare on Twitter

২২ গজৰ বেট-বলৰ যুদ্ধত পুনৰ অৱতীৰ্ণ হ’ব ক্ৰিকেট জগতত দাদা হিচাপে পৰিচিত সৌৰভ গাঙ্গুলী। ইডেন গাৰ্ডেনে পুনৰ ‘অফচাইডৰ ঈশ্বৰ’ ৰ বেটিং বিক্ৰম পৰিদৰ্শন কৰিবলৈ সুযোগ পাব। দৰ্শকে পুনৰ চাবলৈ সুযোগ পাব বাঁওহতীয়া বেটাৰজনৰ ‘ক্লাছিক’ বেটিং।

আচৰিত যেন লাগিলেও ই সত্য।বিজ্ঞাপনৰ চমক নহয়, সঁচাকৈয়ে ক্ৰিকেটলৈ উভতি আহিছে প্ৰাক্তন ভাৰতীয় অধিনায়ক দাদা।

দৰাচলতে বিচিচিআইৰ বৰ্তমানৰ সভাপতি গাঙ্গুলীয়ে এখন প্ৰদৰ্শনী মেচত খেলপথাৰত অৱতীৰ্ণ হ’ব। পৰিষদৰ বাৰ্ষিক সাধাৰণ সভা ৪ ডিচেম্বৰত কলকাতাত অনুষ্ঠিত হ’ব।

সভাত উপস্থিত থাকিবলৈ পৰিষদৰ বিষয়াসকল দুদিন আগতে কলকাতাত উপস্থিত হ’ব। বাৰ্ষিক সভাৰ ঠিক আগতে ৩ ডিচেম্বৰত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ক্ৰিকেটৰ নন্দন কানন হিচাপে পৰিচিত ইডেন গাৰ্ডেনত এখন বিশেষ প্ৰদৰ্শনী মেচ আয়োজন কৰিছে।

সেই মেচখনত অংশ ল’ব সৌৰভ গাঙ্গুলীয়ে। ফলস্বৰূপে তেওঁৰ অনুৰাগীসকলে আকৌ এবাৰ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীক বেটিং কৰা দেখিবলৈ সুযোগ পাব। যোৱা বছৰো আহমেদাবাদত বোৰ্ডৰ বিষয়াসকলৰ এনে এখন খেল অনুষ্ঠিত হৈছিল। এইবাৰ একেখন খেল ইডেনত অনুষ্ঠিত হ’ব।

লগতে উল্লেখযোগ্য যে কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰায় দুবছৰৰ পিছত দেওবাৰে ইডেন গাৰ্ডেনত ক্ৰিকেট মেচ অনুষ্ঠিত হ’ব। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলিত টি-২০ শৃংখলাৰ অন্তিম খন খেল ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব।

খেলখনৰ বাবে ষ্টেডিয়ামখন পুনৰ সাজু কৰি তোলা হৈছে। সৌৰভ গাংগুলীয়ে নিজেই শনিবাৰে প্ৰস্তুতি পৰিদৰ্শন কৰিছিল। তেওঁ আয়োজনৰ দায়িত্বত থকা পিচ কিউৰেটৰ আৰু আন বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈছিল।

Recent News

পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰত পাকিস্তানক অতিক্ৰম কৰিলে ভাৰতে, ৮টা ৱাৰহেড যোগ হ’ল ভাৰতৰ : ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদন

পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰত পাকিস্তানক অতিক্ৰম কৰিলে ভাৰতে, ৮টা ৱাৰহেড যোগ হ’ল ভাৰতৰ : ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদন

বেদখলকাৰীৰ কৱলত ঐতিহাসিক হাবুঙ! দখলীকৃত ভূমি উদ্ধাৰৰ দাবী সচেতন ৰাইজৰ

বেদখলকাৰীৰ কৱলত ঐতিহাসিক হাবুঙ! দখলীকৃত ভূমি উদ্ধাৰৰ দাবী সচেতন ৰাইজৰ

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা; বিকল্প ব্যৱস্থা নকৰালৈকে অভিযান বন্ধ ৰখাৰ দাবী DYFIৰ

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা; বিকল্প ব্যৱস্থা নকৰালৈকে অভিযান বন্ধ ৰখাৰ দাবী DYFIৰ

১৩ হাজাৰ কোটি টকাৰ ব্যয়! আগন্তুক লোকপিয়লত দেশবাসীয়ে মুখামুখি হ’ব ছটা নতুন প্ৰশ্নৰ

১৩ হাজাৰ কোটি টকাৰ ব্যয়! আগন্তুক লোকপিয়লত দেশবাসীয়ে মুখামুখি হ’ব ছটা নতুন প্ৰশ্নৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd