• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰুষ্ট প্ৰকৃতিৰ কোপদৃষ্টি; পুৱতি নিশা ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2019 10:24 am
Earthquake

অসম আৰু অৰুণাচলত ভূমিকম্প

1.2k
VIEWS
Share on FacebookShare on Twitter

বানপানীয়ে জুৰুলা কৰা অসম তথা উত্তৰ-পূৱত এতিয়া ভূমিকম্পই আতংকৰ সৃষ্টি কৰিছে। অসমকে ধৰি উত্তৰ-পূবক ২৪ ঘণ্টাৰ ভিতৰত চাৰিটা সৰু আৰু মজলীয়া ধৰণৰ ভূমিকম্পই জোকাৰি যায়।

আজি পুৱতি নিশা ৪ বাজি ২৪ মিনিটত এটা ৫.৫ প্ৰাবল্যৰ মৃদু ভূমিকম্পই পুনৰ জোকাৰি যায় উত্তৰ-পূবক।

উল্লেখযোগ্য যে, শুকুৰবাৰে দুপৰীয়া প্ৰায় ২ বাজি ৫০ মিনিটত অৰুণাচল প্ৰদেশ আৰু উত্তৰ-পূবক এটা মজলীয়া ভূমিকম্পই জোকাৰি গৈছিল।

উৎপত্তি স্থল অৰুণাচল প্ৰদেশ বুলি চিহ্নিত হোৱা ৫.৯ প্ৰাবল্যৰ ভূমিকম্পটোৱে প্ৰায় ১০-১৫ ছেকেণ্ড ধৰি উত্তৰ-পূব বিশেষকৈ অসম আৰু অৰুণাচল প্ৰদেশক জোকাৰি যায়।

অসমৰ সকলো জিলাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, বিশ্বনাথকে ধৰি গুৱাহাটী মহানগৰীৰৰ লোকসকল ভূমিকম্পটোৰ ফলত আতংকিত হৈ পৰে।

নগাঁৱত ভূমিকম্পৰ জোকাৰণিৰ ফলত মানুহৰ ঘৰৰ ছাদ পৰ্য্যন্ত খহি পৰে যদিও কোনো লোক হতাহত হোৱা নায়।

আনহাতে, ৩ বজাৰ পৰা ৩ বাজি ৩০ মিনিটৰ ভিতৰত অৰুণাচলত উৎপত্তি হোৱা দুটা সৰু প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল ৰাজ্যত।

বানপানীৰ পাছত ক্ৰমাগত ভাৱে আহি থকা ভূমিকম্পই সংকিত কৰি তুলিছে ৰাজ্যৰ জনসাধাৰণক।

 

Recent News

বানত উটি গ’ল নেপাল আৰু চীন সংযোগী দলং : ৮ জন নিহত আৰু ১৮ জন নিৰুদ্দেশ

বানত উটি গ’ল নেপাল আৰু চীন সংযোগী দলং : ৮ জন নিহত আৰু ১৮ জন নিৰুদ্দেশ

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd