• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লক্ষ্য চীনৰ ৰাষ্ট্ৰদূত! পাকিস্তানৰ বিলাসী হোটেলত বোমা বিস্ফোৰণত কমেও ৪ জন লোক নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2021 1:03 pm
pakistan-blast
301
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ বেলুচিস্তানৰ ৰাজধানী কোৱেটাত ছেৰেনা নামৰ এখন বিলাসী হোটেলত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাত কমেও ৪জন লোক নিহত আৰু ১১জন লোক আহত হৈছে।

ইছলামিক সন্ত্ৰাসবাদী সংগঠন তালিবানে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে।

বুধবাৰে নিশা সংঘটিত হোৱা শক্তিশালী বিস্ফোৰণটো চীনৰ ৰাষ্ট্ৰদূতক হত্যাৰ বাবে চলোৱা আক্ৰমণ বুলি সদৰী কৰিছে বেলুচিস্তানৰ গৃহমন্ত্ৰীয়ে।

আফগানিস্তানৰ সীমান্তৱৰ্তী প্ৰদেশখনত চলোৱা এই আক্ৰমণৰ দায়িত্ব তালিবানে স্বাকীৰ কৰা বুলি বিবিচিৰ বাতৰিত প্ৰকাশ পাইছে।

তালিবানৰ এগৰাকী মুখপাত্ৰই সংবাদ সংস্থাক জানিবলৈ দিয়ে যে এয়া এক আত্মঘাতী আক্ৰমণ আছিল। হোটেলৰ ভিতৰত গাড়ীভৰ্তি বিস্ফোৰক লৈ তালিবানৰ আত্মঘাতী আক্ৰমণকাৰী প্ৰৱেশ কৰিছিল।

দেশখনৰ গৃহমন্ত্ৰী শ্বেখ ৰছিদ আহমেদে পাকিস্তানৰ এআৰৱাই নিউজ টিভিক জানিবলৈ দিয়ে যে এখন  বিস্ফোৰক ভৰ্তি গাড়ী আছিল আৰু সেইখন হোটেলখনৰ চৌহদত বিস্ফোৰিত হয়।

তেওঁ লগতে জানিবলৈ দিয়ে যে চীনৰ ৰাষ্ট্ৰদূত নং ৰং সেই সময়ত এক অনুষ্ঠানত ব্যস্ত থকাৰ বাবে হোটেলখনত উপস্থিত নাছিল।

বাতৰি অনুসৰি, হোটেলখনত থকা চীনৰ ৰাষ্ট্ৰদূত নং ৰং-ৰ কোৱেটা ভ্ৰমণ বৃহস্পতিবাৰে সামৰণি পৰিব।

Recent News

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd