• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গহপুৰ আৰক্ষীৰ জালত গঁড়ৰ খড়গসহ চাৰিজনকৈ চোৰাংচিকাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2019 9:15 am
460
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ জিলাৰ গহপুৰৰ পৰা গহপুৰ আৰক্ষীয়ে শনিবাৰে অৰ্থাৎ ১৬ ফেব্ৰুৱাৰিৰ নিশা চাৰিজনকৈ চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয়। লগতে চোৰাংচিকাৰী কেইজনৰ পৰা এটা গঁড়ৰ খড়গ আৰু বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।

এক গোপন সূত্ৰৰ ভিত্তিত গহপুৰ আৰক্ষী আৰু বি এছ এফে এক যুটীয়া অভিযান চলাই চোৰাংচিকাৰী চাৰিজনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰাংচিকাৰী চাৰিজনক ক্ৰমে মিজোৰামৰ ভি চাইনমেল, অৰুণাচল প্ৰদেশৰ জিৰেবহুৰ মংবাইফাই, গহপুৰৰ ৰমেশ পেগু আৰু লোহিতমুখৰ ৰাকেশ পেগু বুলি চিনাক্ত কৰা হৈছে।

বাতৰি লিখা পৰালৈকে আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে আটকাধীন আটাইকেইজন চোৰাংচিকাৰীক অধিক তথ্যৰ বাবে জেৰা চলোৱাৰ উদ্দেশ্যে গহপুৰ আৰক্ষী চকীত ৰখা হৈছে।

Recent News

এই সকল লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি! জানক চিকিৎসকৰ পৰামৰ্শ

এই সকল লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি! জানক চিকিৎসকৰ পৰামৰ্শ

ননষ্টিক ৰন্ধন সামগ্ৰী কেইদিনমান ব্যৱহাৰ কৰাৰ পাছতে বেয়া হৈ পৰে! এইদৰে ৰাখিলে হৈ থাকিব ভাল

ননষ্টিক ৰন্ধন সামগ্ৰী কেইদিনমান ব্যৱহাৰ কৰাৰ পাছতে বেয়া হৈ পৰে! এইদৰে ৰাখিলে হৈ থাকিব ভাল

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd