• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতক সমৰ্থন কৰি যাব ফ্ৰান্সে, ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2020 5:12 pm
377
VIEWS
Share on FacebookShare on Twitter

”ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ফ্ৰান্সে ভাৰতৰ প্ৰাৰ্থীত্বক সমৰ্থন জনায় যাব,” এইদৰে মন্তব্য কৰে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লোৰেঞ্চ পাৰ্লিয়ে।

ভাৰতীয় বায়ু সেনা বাহিনীত আনুষ্ঠানিকভাৱে ৰাফেল যুদ্ধ বিমানক অন্তৰ্ভূক্তকৰণ অনুষ্ঠানত অংশ লোৱাৰ বাবে ভাৰতত উপস্থিত হোৱা ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে অনুষ্ঠানত ভাষণ প্ৰদান কৰি এইদৰে কয়।

উল্লেখযোগ্য যে, জুনত ভাৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে নিৰ্বাচিত হৈছিল।

আজি ভাৰতীয় বায়ু সেনা বাহিনীৰ আম্বালাস্থিত ঘাটিত আনুষ্ঠানিকভাৱে ৰাফেল যুদ্ধ বিমানক ভাৰতীয় বায়ু সেনা বাহিনীৰ অন্তৰ্ভূক্ত কৰা হয়।

এই অনুষ্ঠানত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, চীফ অফ ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, বায়ু সেনা প্ৰধান আৰ কে এছ ভাদুৰিয়াৰ লগতে বিভিন্ন গৰাকী সমল ব্যক্তি উপস্থিত থাকে।

ভাৰতে ফ্ৰান্সৰ পৰা মুঠ ৩৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰিব ইয়াৰে প্ৰথম পাঁচখন যুদ্ধ বিমানক আজি আনুষ্ঠানিকভাৱে ভাৰতীয় বায়ু সেনা বাহিনীত অন্তৰ্ভূক্ত কৰা হৈছে।

Recent News

ইণ্ডিয়া ঐক্যত নাথাকে আম আদমি পাৰ্টী : কংগ্ৰেছৰ লগত মিত্ৰতা ভংগ ঘোষণা

ইণ্ডিয়া ঐক্যত নাথাকে আম আদমি পাৰ্টী : কংগ্ৰেছৰ লগত মিত্ৰতা ভংগ ঘোষণা

যুদ্ধৰ প্ৰভাৱ! ভাৰতৰ তেল শোধনাগাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে ইউৰোপীয় ইউনিয়নে

যুদ্ধৰ প্ৰভাৱ! ভাৰতৰ তেল শোধনাগাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে ইউৰোপীয় ইউনিয়নে

ছত্তীশগড়ত পুনৰ নিহত মাওবাদী : সেনা-আৰক্ষীৰ গুলীত ৬ মাওবাদী নিহত, উদ্ধাৰ হৈছে এ কে ৪৭কে ধৰি বিশাল পৰিমাণৰ অস্ত্ৰ

ছত্তীশগড়ত পুনৰ নিহত মাওবাদী : সেনা-আৰক্ষীৰ গুলীত ৬ মাওবাদী নিহত, উদ্ধাৰ হৈছে এ কে ৪৭কে ধৰি বিশাল পৰিমাণৰ অস্ত্ৰ

কমিউনিষ্ট আৰু আৰ এছ এছ একেই! চিপিআই(এম)ক আৰ এছ এছৰে তুলনা ৰাহুল গান্ধীৰ

কমিউনিষ্ট আৰু আৰ এছ এছ একেই! চিপিআই(এম)ক আৰ এছ এছৰে তুলনা ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd