• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোজাইত বিনামূলীয়া স্বাস্থ্য শিবিৰত ২০০ ৰো অধিক ৰোগী উপকৃত

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
September 26, 2018 10:32 am
hojai-health-camp-750x375

ফটো : নৰ্থ-ইষ্ট নাও

255
VIEWS
Share on FacebookShare on Twitter

সঞ্জীৱনী হেল্থ কেয়াৰৰ উদ্যোগত আৰু গ্লোবেল পেইন আৰু পল্লিয়েটিভ ক্লিনিকৰ সহযোগত হোজাইৰ মাটিখোলা কালি মন্দিৰত অলপতে এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ যায়।

ডাঃ এন এল ভগতৰ তত্ত্বাৱধানত উক্ত বিনামূলীয়া স্বাস্থ্য শিবিৰটো অনুষ্ঠিত হৈ যায়। স্বাস্থ্য শিবিৰটোত ডাঃ ভগতক সহায় কৰে হেমচন্দ্ৰ প্ৰসাদ, শান্তি সিং, সঞ্জীৱ দাস আৰু আকাষ ভূঞাই।

মাটিখোলাত অনুষ্ঠিত হোৱা বিনামূলীয়া স্বাস্থ্য শিবিৰটোত প্ৰায় ২০০ৰো অধিক ৰোগীয়ে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে ৰোগীসকলৰ মাজত ঔষধো বিতৰণ কৰে বুলি জানিব পৰা গৈছে।

সঞ্জীৱনী হেল্থ কেয়াৰৰ স্বত্ত্বাধিকাৰী মেট্ৰ’লিন সিংঘাই স্বাস্থ্য শিবিৰটো সম্পৰ্কত নৰ্থ-ইষ্ট নাওক জানিবলৈ দি কয়, ‘এই শিবিৰটো অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্য হৈছে বিভিন্ন বেমাৰৰ বিষয়ে সাধাৰণ ৰাইজক সজাগ কৰোৱা আৰু ইয়াক কেনেদৰে নিৰ্মূল কৰিব পাৰি সেই বিষয়ে জনোৱা’।

তেওঁ লগতে বিগত দুমাহৰ পৰা প্ৰত্যেক দেওবাৰে বিভিন্ন ঠাইত এনেধৰণৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি আহিছে বুলি জনায়। সঞ্জীৱনী হেল্থ কেয়াৰৰ উদ্যোগত যোৱা দুটা মাহত চিকাৰীগেট, নাওভাঙা কালি মন্দিৰ, কাৰ্বি আংলং জিলাৰ ডকমকা বজাৰ, মুৰাঝাৰ এল পি স্কুল আৰু মাটিখোৱা কালি মন্দিৰত এইদৰে চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে।

‘বিনামূলীয়া স্বাস্থ্য শিবিৰৰ পৰা কমেও ৬০০ ৰোগী উপকৃত হৈছে। সমাজৰ বাবে এনেধৰণৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাটো আমাৰ বাবে এতিয়া মিশ্যনত পৰিণত হৈছে আৰু অনাগত দিনত আৰু অধিক ক্ষীপ্ৰতাৰে আমি স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ চেষ্টা কৰিম’। এইদৰে কয় সঞ্জীৱনী হেল্থ কেয়াৰৰ স্বত্ত্বাধিকাৰী মেট্ৰ’লিন সিংঘাই।

Recent News

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd