• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদীৰ সভালৈ আহক : এদিনৰ বাবে বিজেপিৰ বিনামূলীয়া তেল

বিজেপিৰ বিনামূলীয়া তেল, উৎফুল্লিত ৰাজ্যৰ নিৱনুৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2019 12:56 pm
WhatsApp Image 2019-02-09 at 12.04.44 PM

প্ৰধান মন্ত্ৰীৰ সভাৰ কূপন

4.7k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চাংসাৰিত প্ৰস্তাৱিত এইমছৰ ভূমি পূজন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ সময়ত ক’লা পতাকা দেখুৱাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।

ৰাজ্যজুৰি চলি থকা প্ৰতিবাদী কাৰ্য্যসূচীৰ সমান্তৰালভাৱে ৰাজ্যিক বিজেপি ব্যস্ত মোদীৰ সভলৈ মানুহ গোটোৱাত। পন্থা যিয়েই নহওক কিয় মোদীৰ সভাত মানুহ হ’ব লাগিব। ৰেইলসেৱা, বাছসেৱা ব্যৱহাৰ কৰি সভালৈ মানুহ গোটাইছে বিজেপিয়ে। আশা কৰ্মী সকলক মোদীৰ সভাত উপস্থিত থকাটো বাধ্যতামূলক কৰা হৈছে।

আনহাতে, বিভিন্ন ঠাইত বিজেপি কৰ্মী সকলে বিতৰণ কৰিছে কূপন, যি কূপন ব্যৱহাৰ কৰি পেট্ৰ’ল পাম্পত নিজৰ বাহনত ভৰাব পাৰি সভালৈ অহাৰ বাবে তেল। সভাৰ শেষত কূপন ঘূৰাই দিলে লাভ কৰিব প্ৰতিটো কূপনৰ বিনিময়ত নগদ ধন। সভাত অংশগ্ৰহণকাৰী এজন লোকৰ ভাষ্য অনুসৰি প্ৰতিটো কূপনৰ বিনিময়ত তেওঁলোকে ৫০০ টকাকৈ লাভ কৰিব।

মোদীৰ সভাত যিয়েই নহওঁক, এদিনৰ বাবে হ’লেও বিনামূলীয়া তেল আৰু কূপনৰ বিনিময়ত ধন লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈছে অসমৰ একাংশ নিৱনুৱা যুৱক।

Recent News

স্বয়ম্ভূ গডমেন গুৰমীত ৰাম ৰহিমক ৪০ দিনৰ পেৰ’লত মুকলি

স্বয়ম্ভূ গডমেন গুৰমীত ৰাম ৰহিমক ৪০ দিনৰ পেৰ’লত মুকলি

বিল ল’লেই বিপদ! ৰেষ্টুৰেণ্টৰ পৰা এটিএমলৈকে ৰচিদত লুকাই আছে মাৰাত্মক ৰাসায়নিক; দাবী সমীক্ষাৰ

বিল ল’লেই বিপদ! ৰেষ্টুৰেণ্টৰ পৰা এটিএমলৈকে ৰচিদত লুকাই আছে মাৰাত্মক ৰাসায়নিক; দাবী সমীক্ষাৰ

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd