• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাগুনত কাৰাটে ডু আৰু থ্ৰ’ বক্সিঙৰ সৌজন্যত আয়োজন কৰা বিনামূলীয়া প্ৰশিক্ষণৰ সামৰণি

মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা  by মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা
December 28, 2021 7:34 am
Margerita karate photo

ফটো: নৰ্থইষ্ট নাও।

165
VIEWS
Share on FacebookShare on Twitter

জাগুনৰ লাকলা কাংকান প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ খেলপথাৰত জাগুন কাৰাটে ডু আৰু থ্ৰ বক্সিং সংঘৰ উদ্যোগত সোমবাৰে এখন সভাৰ আয়োজন কৰা হয়।

২০ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈকে এই খেলপথাৰতেই নৰ্থ ইষ্ট বক্সিংসংঘৰ যুটীয়া সম্পাদক আৰু কাৰিকৰী ডাইৰেক্টৰ কোকৰাঝাৰৰ নিবাসী সহদেৱ ৰায়ৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰী সকলক কাৰাটে আৰু বক্সিঙৰ বিনামূলীয়া প্ৰশিক্ষণ আগবঢ়োৱা হৈছিল।

সোমবাৰে প্ৰশিক্ষণৰ লগত সংগতি ৰাখি সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়।

Also Read: মাৰ্ঘেৰিটাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ, বন বিভাগক হস্তান্তৰ

জাগুন কাৰাটে ডু আৰু থ্ৰ’ বক্সিং সংঘৰ সভাপতি ঋতুপৰ্ণ ভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই সভাখনত বহু গণ্য মান্য ব্যক্তি, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

বেল্ট পোৱাৰ যোগ্য ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন শিতানত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। এই সভাতেই এখন জিলা সমিতিও গঠন কৰা হয়।

চুছেন দলেক সভাপতি আৰু হেম ফুকনক সম্পাদক ৰূপে নিৰ্বাচিত কৰি এখন ১২ জনীয়া সমিতি গঠন কৰা হয়। 

Recent News

প্ৰতিকূল বতৰৰ বাবে বাতিল কেইবাটাও নিযুক্তি পৰীক্ষা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষাও বাতিল

প্ৰতিকূল বতৰৰ বাবে বাতিল কেইবাটাও নিযুক্তি পৰীক্ষা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষাও বাতিল

আগন্তুক তিনিঘণ্টাত অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

আগন্তুক তিনিঘণ্টাত অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

ডেনমাৰ্কত ভাৰতীয় প্ৰতিনিধি দলৰ বৈঠকৰ বাহিৰত ভাৰত বিৰোধী শ্ল’গান পাকিস্তানীৰঃ কাঢ়া প্ৰত্যুত্তৰ ৰবি শংকৰ প্ৰসাদৰ

ডেনমাৰ্কত ভাৰতীয় প্ৰতিনিধি দলৰ বৈঠকৰ বাহিৰত ভাৰত বিৰোধী শ্ল’গান পাকিস্তানীৰঃ কাঢ়া প্ৰত্যুত্তৰ ৰবি শংকৰ প্ৰসাদৰ

দিল্লীত বিজেপি চৰকাৰৰ ১০০ দিন : কি ক’লে মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু আম আদমী পাৰ্টিয়ে?

দিল্লীত বিজেপি চৰকাৰৰ ১০০ দিন : কি ক’লে মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু আম আদমী পাৰ্টিয়ে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd