• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা; ভালেসংখ্যক বাসগৃহত অগ্নিসংযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2021 8:57 am
4k
VIEWS
Share on FacebookShare on Twitter

অসম-মিজোৰাম সীমান্তত মঙলবাৰৰ পৰা পুনৰ নতুন উত্তেজনাই বিৰাজ কৰিছে।

অসম-মিজোৰাম সীমান্তত দুষ্কৃতিকাৰীয়ে ভালেসংখ্যক ঘৰ জ্বলাই দিয়াৰ লগতে এই ঘটনাৰ ফলত বহুসংখ্যক লোক আঘাতপ্ৰাপ্ত হৈছে।

আনহাতে, সংঘৰ্ষৰ পাছতে দুয়োপক্ষই সংঘৰ্ষৰ বাবে দুয়োপক্ষক জগৰীয়া কৰা দেখা গৈছে।

অসম আৰু মিজোৰাম সীমান্তৰ স্থানীয় নাগৰিক সকলে সীমান্ত অঞ্চলত সৃষ্টি হোৱা এনে উত্তেজনাময় পৰিস্থিতিৰ বাবে উভয় পক্ষক দোষাৰোপ কৰে।

মিজোৰামৰ কোলাচিব জিলাৰ বিতৰ্কিত বাইৰবি-জোপাহি অঞ্চলত এই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

ইপিনে, অসমৰ হাইলাকান্দি জিলাৰ কচুৰথল অঞ্চলত সংঘৰ্ষৰ সূত্ৰপাত ঘটে বুলি বাতৰি লাভ কৰা গৈছে।

মঙলবাৰে সন্ধিয়া অসম আৰু মিজোৰামৰ সীমান্ত অঞ্চলৰ লোক সকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

বৰ্তমানলৈ সংঘৰ্ষৰ ফলত কিমান সংখ্যক লোক আঘাতপ্ৰাপ্ত হৈছে সেই সম্পৰ্কে প্ৰকৃত তথ্য লাভ কৰা হোৱা নায়।

কিছুসংখ্যক লোকে সংঘৰ্ষৰ ফলত তিনিগৰাকী লোক আঘাতপ্ৰাপ্ত হোৱা বুলি উল্লেখ কৰাৰ বিপৰীতে কিছুসংখ্যক লোকে দহ গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱা বুলি সদৰী কৰিছে।

সংঘৰ্ষৰ ফলত অসমৰ ভূমিত থকা ২০ গৃহ আৰু মিজোৰামৰ ভূমিত থকা ৬ টা গৃহত অগ্নিসংযোগ কৰা হয় বুলিও তথ্য লাভ কৰা গৈছে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত দুয়োখন ৰাজ্যৰ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে।

Recent News

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

খোৱাৰ পিছত পেট ফুলি উঠে নেকি? কেনেকৈ আঁতৰাব এই সমস্যা?

খোৱাৰ পিছত পেট ফুলি উঠে নেকি? কেনেকৈ আঁতৰাব এই সমস্যা?

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd