• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত অব্যাহত হিংসা; এইবাৰ বিদ্যালয়ত অগ্নিসংযোগ দুস্কৃতিকাৰীৰ, চলিছে গুলীয়াগুলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2023 2:52 pm
ফটো:  সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

964
VIEWS
Share on FacebookShare on Twitter

দিন বাগৰিছে যদিও হিংসা, অশান্তি বন্ধ হোৱা নাই মণিপুৰত। উত্তৰ-পূবৰ ৰাজ্যখনকল লৈ সমগ্ৰ দেশ অস্থিৰ। ইফালে পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ।

বিগত ৪৮ ঘন্টাত মণিপুৰত পুনৰ নতুন উত্তেজনা বিয়পি পৰিছে। জানিব পৰা মতে তাত থকা এখন বিদ্যালয়ত জুই লগাই দিয়া হৈছে। চুৰাচান্দপুৰ জিলাত দুষ্কৃতিকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা তুমুল গুলীচালনাৰ ঘটনাত আহত হৈছে এগৰাকী মহিলা। এই ঘটনাত কমেও ১০টা পৰিত্যক্ত ঘৰ জ্বলাই দিয়া হয়।

লগতে পঢ়ক: গুৱাহাটীত ৰহস্যজনকভাৱে উদ্ধাৰ মণিপুৰৰ এগৰাকী যুৱতীৰ মৃতদেহ

সূত্ৰ অনুসৰি, শনিবাৰে গভীৰ নিশাৰ পৰা আৰম্ভ হয় গুলীচালনা। সোমবাৰে পুৱালৈকে সেই পৰিস্থিতি অব্যাহত থাকে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে সন্ধিয়া সংঘটিত আক্ৰমণৰ সময়ত দুস্কৃতিকাৰীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত কেইবা ৰাউণ্ডো গুলী চলায় আৰু বোমা নিক্ষেপ কৰে।

উল্লেখ্য যে মণিপুৰত চলি থকা সংঘাতত এতিয়ালৈকে কমেও ১৫০ জন লোকে প্ৰাণ হেৰুৱাইছে। মণিপুৰৰ অশান্তিৰ মাজতে দুগৰাকী মহিলাক উলংগ কৰি খোজ কঢ়াই নিয়াৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে পুনৰ ক্ষোভৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: সকলো বিভাগৰ ‘অপ্ৰয়োজনীয়’ খালী পদ বিলোপ কৰাৰ পদক্ষেপ অসম চৰকাৰৰ

প্ৰায় দুমাহ পুৰণি ভিডিঅ’টো দেখি সমগ্ৰ দেশ ক্ষোভত উত্তাল হৈ পৰিছে। অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীৰৱতা ভংগ কৰি এই ঘটনাক সভ্য সমাজৰ বাবে লজ্জাজনক বুলি অভিহিত কৰে।

বিগত কিছুদিন ধৰি মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত মোডীৰ বক্তব্য দাবী কৰি আহিছে বিৰোধীয়ে। সোমবাৰেও সেই দাবীত সংসদ চৌহদ তথা সংসদ কক্ষ উত্তাল হৈ পৰে।

Recent News

সংখ্যালঘুৰ বিৰুদ্ধে অপৰাধ তুংগত; মোডীৰ ভাৰতত যোৱা এবছৰৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি চাঞ্চল্য

সংখ্যালঘুৰ বিৰুদ্ধে অপৰাধ তুংগত; মোডীৰ ভাৰতত যোৱা এবছৰৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি চাঞ্চল্য

পুৰীৰ ৰথ যাত্ৰাত বিশৃংখল পৰিস্থিতি! পদপিষ্ট হৈ তিনিজন লোকৰ মৃত্যু হয়, বহু লোক আহত

পুৰীৰ ৰথ যাত্ৰাত বিশৃংখল পৰিস্থিতি! পদপিষ্ট হৈ তিনিজন লোকৰ মৃত্যু হয়, বহু লোক আহত

২০০০ কোটি টকাৰ বাৰ্ষিক দৰমহা, ব্যক্তিগত বিমান, ৰান্ধনী-কৰ্মচাৰীৰ সৈতে ‘আল নাছৰ’ৰ সৈতে চুক্তি স্বাক্ষৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

২০০০ কোটি টকাৰ বাৰ্ষিক দৰমহা, ব্যক্তিগত বিমান, ৰান্ধনী-কৰ্মচাৰীৰ সৈতে ‘আল নাছৰ’ৰ সৈতে চুক্তি স্বাক্ষৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd