• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা; অধিক উচ্চ শিক্ষানুষ্ঠান গঢ় দিয়াত গুৰুত্ব সমুজ্জ্বল ভট্টাচাৰ্যৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
September 1, 2018 9:27 pm
Biswanath College fresher's day
177
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ মহাবিদ্যালয়ত আজি মহাবিদ্যালয়খনৰ ৫৪তম নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকাই উদ্ধোধন কৰা নৱাগত আদৰণি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মৃণাল কুমাৰ বৰাই সভাপতিত্ব কৰা আৰু আদৰণি ভাষণ দিয়া সভাখনত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে মহাবিদ্যালয়খনৰ ছাত্ৰী জয়শ্ৰী দাসৰ সম্পাদনাত প্ৰকাশিত কলেজ আলোচনীখন উন্মোচোন কৰে।

মুখ্য অতিথিৰ ভাষণত সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে অসমত দুখীয়া মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাবে কাৰিকৰী শিক্ষানুষ্ঠানৰ অভাৱ ঘটিছে। তদুপৰি অৰ্থৰ অভাৱতো বহু মেধাবী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বুলি উল্লেখ কৰি তেওঁ ছাত্ৰ-ছাত্ৰীৰ বহিগমন ৰোধৰ বাবে অসমত উচ্চস্তৰৰ শিক্ষানুষ্ঠান গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এইক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি তেওঁ মন্তব্য আগবঢ়ায়।

ইয়াৰ উপৰি সভাত গহপুৰৰ বিধায়ক উৎপল বৰা, চতীয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰভাত গগৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যক্ষ যোগেন কলিতা আদিয়ে বক্তব্য আগবঢ়ায়।

আজিৰ এই আদৰণি সভাতেই অসম চৰকাৰৰ তৰফৰ পৰা বিশ্বনাথ জিলাৰ সাহিত্যিক আৰু সাংবাদিক পেঞ্চন প্ৰাপ্ত ইন্দ্ৰ প্ৰসাদ শইকীয়া আৰু অমিতাভ বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰবাল শইকীয়াকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত নেহা শৰ্মা, বৰ্ণিতা বৰা, নম্ৰতা ওজা,গীতাঞ্জলি বৰা, অনুপম বৰুৱা, অনিতা গগৈ আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ দলীয় গীত-নৃত্যই উপস্থিত সকলোকে আপ্লুত কৰে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd