• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জন্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল জি চি মুৰ্মুৰ উপদেষ্টাৰ পত্নী-পুত্ৰৰ শৰীৰত কোভিড১৯

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2020 6:19 pm
Untitled-design-15-696x392

প্ৰতিনিধিত্বমূলক ছবি, সৌজন্য- ইন্টাৰনেট

6.2k
VIEWS
Share on FacebookShare on Twitter

জন্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল জি চি মুৰ্মুৰ এগৰাকী উপদেষ্টাৰ পত্নী আৰু পুত্ৰৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে।

সোমবাৰে এক চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰে।

চৰকাৰী সূত্ৰই জনোৱামতে উপদেষ্টাজনৰ পত্নী আৰু পুত্ৰ কিছু দিনৰ পূৰ্বে ৰাজধানী দিল্লীৰ পৰা উভতি আহিছিল।

দিল্লীৰ পৰা উভতি অহাৰ পিছত তেওঁলোকক এটা গেষ্ট হাউছত কোৱাৰেন্টাইন কৰা হৈছিল।

দেওবাৰে নিশাই উপদেষ্টাগৰাকীৰ পত্নী-পুত্ৰৰ শৰীৰত কোভিড১৯ পজিটিভৰ উপস্থিতি কথা জানিব পৰা যায় বুলি চৰকাৰী সূত্ৰটোৱে জানিবলৈ দিয়ে।

ইয়াৰ পিছতে উপ-ৰাজ্যপালৰ উপদেষ্টাগৰাকীয়ে ৰেইছীৰ চুপাৰ-স্পেচিয়েলিটি হাস্পতালত নিজকে কোৱাৰেন্টাইন কৰিছে।

ইতিমধ্যে উপদেষ্টাগৰাকীৰ শৰীৰ নমুনা পৰীক্ষা কৰা হৈছে যদিও বৰ্তমানৈলেক তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল অহা নাই।

আনহাতে আক্ৰান্ত লোক দুজনৰ কনটেক্ট ট্ৰেছিং কৰি তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলৰ স্বাস্থ্য নমুনাও সংগ্ৰহ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Tags: COVID-19

Recent News

মহাবিদ্যালয় আৰু প্ৰশিক্ষণৰত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সুৰক্ষাৰ বাবে নতুন নিৰ্দেশনা জাৰি উচ্চতম ন্যায়ালয়ৰ

মহাবিদ্যালয় আৰু প্ৰশিক্ষণৰত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সুৰক্ষাৰ বাবে নতুন নিৰ্দেশনা জাৰি উচ্চতম ন্যায়ালয়ৰ

২০৩৩ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা : ভৱিষ্যদ্বাণী বিটিআৰৰ শিক্ষা উপদেষ্টাৰ

২০৩৩ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা : ভৱিষ্যদ্বাণী বিটিআৰৰ শিক্ষা উপদেষ্টাৰ

যৌন নিৰ্যাতন আৰু অপহৰণৰ চেষ্টাৰ অভিযোগ : বিজেপি সাংসদৰ বদনামী পুত্ৰক আইনী পদত নিযুক্তি!

যৌন নিৰ্যাতন আৰু অপহৰণৰ চেষ্টাৰ অভিযোগ : বিজেপি সাংসদৰ বদনামী পুত্ৰক আইনী পদত নিযুক্তি!

Dandruff

কিদৰে দূৰ কৰিব উফিৰ সমস্যা! জানিবলৈ পঢ়ক…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd