• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমাক বিবস্ত্ৰা আৰু ধৰ্ষণ কৰাৰ সময়ত সহায়ৰ সলনি পলায়ন কৰিছিল আৰক্ষীয়ে – মণিপুৰৰ ভুক্তভোগী মহিলাৰ ভাষ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2023 10:01 am
4.9k
VIEWS
Share on FacebookShare on Twitter

দেশ কঁপাই যোৱা মণিপুৰৰ গণ ধৰ্ষণৰ বলি হোৱা এগৰাকী ভুক্তভোগীয়ে দাবী কৰিছে তেওঁলোকক বিবস্ত্ৰা কৰি নিৰ্যাতন চলোৱাৰ সময়ত ঘটনাস্থলিত আৰক্ষী উপস্থিত আছিল আৰু আৰক্ষীয়ে তেওঁলোকক সহায় কৰাৰ সলনি হিংস্ৰ আৰু উন্মাদ গঞাৰ সমুখত নিৰ্যাতনৰ বলি হ’বলৈ এৰি দিছিল।

এই ঘটনাৰ ভাইৰেল হৈ পৰা ভিডিঅ’ত দুগৰাকী মহিলাক দেখা গৈছিল। তাৰে এগৰাকী ৪০ বছৰীয়া মাতৃ আছিল আৰু আনগৰাকী আছিল এগৰাকী কিশোৰী।

দ্য প্ৰিন্টৰ সাংবাদিকক ভুক্তভোগী ৪০ বছৰীয়া মহিলাগৰাকীয়ে কোৱা মতে, এই জঘন্য কাণ্ড সংঘটিত হোৱাৰ সময়ত তেওঁলোকক আৰক্ষীয়ে পৰিত্যাগ কৰি নিজাববীয়াকৈ পলায়ন কৰিবলৈ এৰি দিয়ে আৰু আৰক্ষীয়েও সেই স্থানৰ পৰা পলায়ন কৰে। 

এই ঘটনা সন্দৰ্ভত ১৮ মে’ত দাখিল কৰা আৰক্ষীৰ এজাহাৰ অনুসৰি কনিষ্ঠ মহিলাগৰাকীয়েও নিৰ্মমভাৱে দলবদ্ধ ধৰ্ষণৰ ভয়ংকৰ কষ্ট ভোগ কৰিছিল। কাংপোকপি জিলাৰ তেওঁলোকৰ গাওঁখনত আক্ৰমণৰ বলি হোৱাৰ পিছত তেওঁলোকে ওচৰৰ হাবিত আশ্ৰয় বিচাৰিছিল বুলি জানিব পৰা গৈছে।

লগতে মহিলাগৰাকীয়ে কয় যে প্ৰায় দুঘন্টা ধৰি তেওঁলোকৰ ওপৰত যৌন নিৰ্যাতন চলাই থকা হৈছিল। এজন এজনকৈ বহুকেইজন পুৰুষে তেওঁলোকক ধৰ্ষণ কৰিছিল। নিযাতিতা কিশোৰীগৰাকীৰ পিতৃ আৰু ভাতৃক সেই স্থানতে হত্যা কৰি তেওঁলোকৰ মৃতদেহ খালত পেলাই দিয়া হৈছিল।

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে এই কাণ্ডৰ সন্দৰ্ভত নিজাববীয়া গোচৰ ৰুজু কৰাই কয় যে যদি চৰকাৰে কোনো ব্যৱস্থা নকৰে তেন্তে উচ্চতম ন্যায়ালয়ে কৰিব।

লগতে পঢ়কঃ মণিপুৰৰ নৃশংস নাৰী উৎপীড়ন কাণ্ডই কঁপাইছে দেশ: দুই কুকি মহিলাক পথত উলংগ কৰি সমদল, দলবদ্ধ ধৰ্ষণৰ অভিযোগ

লগতে পঢ়কঃ সামাজিক মাধ্যমত বিয়পি পৰা ভূৱা খবৰেই কাল হ’ল নেকি? মণিপুৰৰ ধৰ্ষণৰ আঁৰৰ কাহিনী

Recent News

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd