• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘গংগা মা আহিছে ভৰি ধুৱাবলৈ, আপোনালোক স্বৰ্গলৈ যাব’- বানাক্ৰান্তক যোগী আদিত্যনাথৰ মন্ত্ৰীৰ পৰামৰ্শ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2025 6:05 pm
49
VIEWS
Share on FacebookShare on Twitter

এজন দায়িত্বশীল মন্ত্ৰীৰ আজৱ মন্তব্য। ‘গংগা মা আপোনালোকৰ দুৱাৰমুখলৈ আহিছে, ভৰি ধুৱাবলৈ। এতিয়া আপোনালোক পোনে পোনে স্বৰ্গলৈ যাব।’- উত্তৰ প্ৰদেশত বিজেপিৰ মিত্ৰ দল নিষাদ পাৰ্টিৰ সদস্য তথা মীন পালন মন্ত্ৰী সঞ্জয় নিষাদৰ এই মন্তব্যই ৰাজ্যখনত বিতৰ্কৰ সৃষ্টি কৰিছে। বানাক্ৰান্ত এলেকাৰ এগৰাকী মহিলাক সাক্ষাৎ কৰি নিষাদে এই মন্তব্য কৰে। পিছে ইয়াৰ উত্তৰত মহিলাগৰাকীৰ উত্তৰ আছিল আছিল তাৎপৰ্যপূৰ্ণ, মহিলাগৰাকীয়ে ক’লে- ‘আপুনিও আহি আমাৰ লগত কেইদিনমান থাকিব লাগে, গংগা মায়ে আপোনাৰো ভৰি ধুব।’

উল্লেখ্য যে, বাৰিষাৰ সময়ত হোৱা প্ৰবল বৰষুণৰ বাবে গংগাৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। উপনৈসমূহৰ পানী উফন্দি উঠাৰ লগতে আৰু ৰাজ্যখনৰ বিভিন্ন অঞ্চলত প্ৰৱেশ কৰিছে। কানপুৰ, প্ৰয়াগৰাজ, বাৰাণসীকে ধৰি ১৭ খন জিলাত গংগা আৰু যমুনা উফন্দি উঠাৰ ফলত বানপানীৰ সৃষ্টি হৈছে। কানপুৰ ডেহাট অঞ্চলৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈছিল মন্ত্ৰীগৰাকী। ছ’চিয়েল মিডিয়াত মন্ত্ৰীগৰাকীৰ কথা শুনি মহিলাগৰাকীয়ে লগতে কয়, “আপুনিও সেই আশীৰ্বাদৰ কিছু অংশ লওক”। তেতিয়াৰ পৰাই বিৰোধীৰ আক্ৰমণ আৰু ঠাট্টাৰ সন্মুখীন হৈছে মহিলাগৰাকী। নিষাদে স্পষ্টীকৰণ দি কয়, ‘মই ধেমালিতে তেনেকৈ ক’লোঁ। মই দেখুৱাব বিচাৰিছিলো যে, দূৰ-দূৰণিৰ পৰা মানুহ গংগাত ডুব যাবলৈ আহে, কিন্তু এতিয়া গংগা মা নিজেই ঘৰৰ ওচৰলৈ আহিছে।’

অৱশ্যে মন্ত্ৰীগৰাকীৰ কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যখনৰ মূল বিৰোধী দল সমাজবাদী পাৰ্টিৰ মুখপাত্ৰই কয় যে, ‘প্ৰকৃত পৰিস্থিতি তেওঁ নাজানে। বানপানীত সাধাৰণ মানুহৰ দুৰ্দশা বুজিবলৈ মগজু নাই মন্ত্ৰীজনৰ। যেতিয়া ৰাজ্য চৰকাৰে সাহায্য আৰু উদ্ধাৰ কৰাত ব্যৰ্থ হয়, তেতিয়া এজন মন্ত্ৰী ফটো উঠি ঘূৰি ফুৰে।’

Recent News

টাটা কনছালটেন্সিৰ কৰ্মচাৰীৰ গণ বহিষ্কাৰৰ মাজতে ইনফ’ছিছৰ বৃহৎ ঘোষণাঃ ২০ হাজাৰ কৰ্মচাৰীয়ে পাব চাকৰি

টাটা কনছালটেন্সিৰ কৰ্মচাৰীৰ গণ বহিষ্কাৰৰ মাজতে ইনফ’ছিছৰ বৃহৎ ঘোষণাঃ ২০ হাজাৰ কৰ্মচাৰীয়ে পাব চাকৰি

‘গংগা মা আহিছে ভৰি ধুৱাবলৈ, আপোনালোক স্বৰ্গলৈ যাব’- বানাক্ৰান্তক যোগী আদিত্যনাথৰ মন্ত্ৰীৰ পৰামৰ্শ

‘গংগা মা আহিছে ভৰি ধুৱাবলৈ, আপোনালোক স্বৰ্গলৈ যাব’- বানাক্ৰান্তক যোগী আদিত্যনাথৰ মন্ত্ৰীৰ পৰামৰ্শ

চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক! ব্লক কৰিলে ৪ লাখ চিম কাৰ্ড

চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক! ব্লক কৰিলে ৪ লাখ চিম কাৰ্ড

গভীৰ অৰণ্যৰ মাজত দলিত মহিলাক দলবদ্ধ ধৰ্ষণ! পুনৰ বিজেপিশাসিত ৰাজ্যত নাৰী সুৰক্ষাক লৈ প্ৰশ্ন

গভীৰ অৰণ্যৰ মাজত দলিত মহিলাক দলবদ্ধ ধৰ্ষণ! পুনৰ বিজেপিশাসিত ৰাজ্যত নাৰী সুৰক্ষাক লৈ প্ৰশ্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd