• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাবাসীৰ ওচৰত ৰঞ্জিত দাস-হিমন্ত বিশ্বক ক্ষমা খোজাৰ দাবী গৌৰৱ গগৈৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 17, 2019 9:05 pm
787
VIEWS
Share on FacebookShare on Twitter

অগপৰ দূৰ্গ হিচাপে বিবেচিত বৰপেটা চহৰত আজি কংগ্ৰেছ দলে নিৰ্বাচনী ৰণ দন্দুভি বজায়। বৰপেটা চহৰৰ ছায়াৰাম ছোৱালী শিক্ষানুষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে কয়, ‘বৰপেটাক পাকিস্তান বুলি কৈ বৰপেটাবাসীক অপমানিত কৰা বিজেপি নেতা ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাই বৰপেটাবাসীৰ ওচৰত ক্ষমা খোজা উচিত।’

আনহাতে কোন চকীদাৰে প্ৰতিমাহে বিদেশ ভ্ৰমণ কৰে বুলি প্ৰশ্ন উত্থাপন কৰি নৰেন্দ্ৰ মোদীকো আক্ৰমণৰ লক্ষ্য কৰি লয় গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ প্ৰচাৰৰ বাবে আয়োজিত আজিৰ নিৰ্বাচনী সভাত দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কেইবা গৰাকী কংগ্ৰেছ নেতাই ভাষণ প্ৰদান কৰে।

সভাত আব্দুল খালেকে লোকসভা নিৰ্বাচনৰ পিছতে অগপ সভাপতি অতুল বৰাসহ দলটোৰ কেইবা গৰাকী নেতাই বিজেপিত যোগদান কৰিব বুলি বিষ্ফুৰক মন্তব্য কৰে। উক্ত নিৰ্বাচনী সভাৰ পিছতে বৰপেটাৰ মহীৰূহ তথা বৰপেটা সত্ৰৰ ইতিহাস গ্ৰন্থৰ লিখক, বিশিষ্ট সাহিত্যিক, সাংবাদিক গোকুল পাঠকৰ বাসগৃহলৈ গৈ আশীৰ্বাদ লয় আব্দুল খালেকে।

উল্লেখযোগ্য যে অহা ২৩ এপ্ৰিলত বৰপেটাত চলিত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

Recent News

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd