• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰ পি শৰ্মাক টিকটৰ পৰা বঞ্চিত কৰি বিজেপিয়ে গোৰ্খাক অপমান কৰিছে: গৌৰৱ গগৈ

মাৰ্ঘেৰিটাৰ কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন বৰগোঁ‌হাঁইৰ হৈ মাৰ্ঘেৰিটা নগাপথাৰত নিৰ্বাচনী সভা সাংসদ গৌৰৱ গগৈৰ

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
March 24, 2021 6:47 am
dav

মাৰ্ঘেৰিটাত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী সভা। ফটো: নৰ্থইষ্ট নাও।

319
VIEWS
Share on FacebookShare on Twitter

‘আৰ পি শৰ্মাক টিকটৰ পৰা বঞ্চিত কৰি বিজেপিয়ে গোৰ্খাক অপমান কৰিলে’। মঙলবাৰে ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বাকপটু মনোৰঞ্জন বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে এই মন্তব্য কৰে।

তেওঁ ভাষণ প্ৰসঙ্গত কয় যে বিজেপি চৰকাৰে দিয়া ৮৩০ টকাটো পাবলগীয়াই পোৱা নাই, নাপাবলগীয়াই পাইছে। তেওঁলোকে হেনো মাহেকত প্ৰতিগৰাকী গৃহিণীক ২ হেজাৰ টকাকৈ দিব।

তেওঁ কয়, ‘এই হাত কংগ্ৰেছৰ হাত নহয়, এই হাত অসমৰ প্ৰতিগৰাকী আবাল বৃদ্ধ বনিতাৰ হাত।’ বিজেপিত দুজন মুখ্যমন্ত্ৰী আছে বুলি কটাক্ষ কৰি তেওঁ কংগ্ৰেছৰ ৫ গেৰাণ্টিৰ ব্যাখ্যাও আগবঢ়ায়।

অসমত কংগ্ৰেছ চৰকাৰ হ’লে গোৰ্খাৰ ডি ভোটাৰ নাইকিয়া কৰিব বুলি কৈ ‘কা’ৰ নামত বিজেপিয়ে সংখ্যালঘু, খ্ৰীষ্টান, জনজাতি আদিৰ ৫ যুৱকক গুলীয়াই মাৰিলে বুলি আক্ষেপ কৰে।

তেওঁলোকৰ চৰকাৰ হ’লে অসম আন্দোলনৰ শ্বহীদ পৰিয়ালে পেঞ্চন পাব বুলিও প্ৰতিশ্ৰুতি দিয়ে।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি গগৈয়ে কয় যে ইমান দুৰ্বল মুখ্যমন্ত্ৰী যে চাহ শ্ৰমিকক প্ৰতিশ্ৰুতি দিয়া দৈনিক মজুৰিৰ ৫০ টকাও বৃদ্ধি কৰিব নোৱাৰিলে।

সুদীৰ্ঘ ৩৫ মিনিট জোৰা ভাষণত গৌৰব গগৈয়ে কংগ্ৰেছ মানে শান্তি, প্ৰগতি আৰু নিৰাপত্তা বুলিও দোহাৰে। তেওঁ কয় ‘এই নিৰ্বাচন বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ যুঁজ।’

মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ইনথেম নগাপথাৰ ৰাজহুৱা ৰঙ্গমঞ্চত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত সভাত মঙলবাৰে সন্ধিয়া উপস্থিত থাকে কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ ৷ কংগ্ৰেছৰ মাৰ্ঘেৰিটাৰ মনোনীত প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কলিয়াবৰ সাংসদ গৌৰৱ গগৈয়ে।

মাৰ্ঘেৰিটাৰ লগতে তিনিচুকীয়া, ডিব্ৰুগড় সকলোতে কংগ্ৰেছৰ প্ৰাৰ্থী জয় লাভ কৰিব বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰাৰ লগতে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে যি দুৰ্নীতিৰ বজাৰ মেলিছে কংগ্ৰেছৰ চৰকাৰ আহিলে সকলো বন্ধ কৰিব।

আনহাতে, কংগ্ৰেছৰ ৫ টা গেৰাণ্টিৰ কথা উল্লেখ কৰে গৌৰৱ গগৈয়ে। সভাত শতাধিক লোক উপস্থিত থাকে।

Recent News

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

ৰয়টাৰকে ধৰি দুহেজাৰ একাউণ্ট ব্লক কৰিবলৈ কৈছিল ভাৰত চৰকাৰে : স্পষ্টীকৰণ ইলন মাস্কৰ

ৰয়টাৰকে ধৰি দুহেজাৰ একাউণ্ট ব্লক কৰিবলৈ কৈছিল ভাৰত চৰকাৰে : স্পষ্টীকৰণ ইলন মাস্কৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd