• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2025 3:25 pm
157
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। আজি সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে কয়, ‘‘২০১৩ চনত মই এবাৰ পাকিস্তানলৈ গৈছিলো।’’

গৌৰৱ গগৈয়ে কয়, ‘‘মোৰ পত্নীয়ে ২০১১ চনত এটা বছৰ পাকিস্তানত আছিল, এটা আন্তৰাষ্ট্ৰীয় অনুষ্টানত (NGO)ত তেওঁ কাম কৰিছিল। ২০১৫ চনলৈ কাম কৰিছিল৷’’

লগতে গৌৰৱ গগৈয়ে কয়, ‘‘২০১৩ চনত মই এবাৰ পাকিস্তান গৈছিলোঁ৷ ভাৰত চৰকাৰৰ নীতি-নিয়ম অনুসৰি গৈছিলো৷মই আৰু মোৰ পত্নীয়ে দোষ কৰিছোঁ যদি শাস্তি দিয়ক, পত্নী-সন্তানৰ নাগৰিকত্ব ব্যক্তিগত বিষয়।’’

Recent News

দিন দুপৰতে গীৰ্জাত নিৰ্বিচাৰ গুলীচালনা, কমেও ২১ জন লোকৰ মৃত্যু

দিন দুপৰতে গীৰ্জাত নিৰ্বিচাৰ গুলীচালনা, কমেও ২১ জন লোকৰ মৃত্যু

এইচ আই ভি পজিটিভলোকেও যাপন কৰিব পাৰে স্বাভাৱিক জীৱন! এক দম্পতীৰ জীৱনযুঁজে দেখুৱাইছে আশাৰ ৰেঙনি

এইচ আই ভি পজিটিভলোকেও যাপন কৰিব পাৰে স্বাভাৱিক জীৱন! এক দম্পতীৰ জীৱনযুঁজে দেখুৱাইছে আশাৰ ৰেঙনি

ন্যায়-অন্যায়! হীৰাত ১.৫% কিন্তু স্বাস্থ্য বীমাৰ ওপৰত ১৮%, জি এছ টিৰ হাৰক লৈ ক্ষোভ নেটিজেনৰ

ন্যায়-অন্যায়! হীৰাত ১.৫% কিন্তু স্বাস্থ্য বীমাৰ ওপৰত ১৮%, জি এছ টিৰ হাৰক লৈ ক্ষোভ নেটিজেনৰ

হঠাৎ সুৰ সলনি পাকিস্তানৰ: টি আৰ এফৰ বিৰুদ্ধে আমেৰিকাৰ সিদ্ধান্তত সহমত প্ৰকাশ

হঠাৎ সুৰ সলনি পাকিস্তানৰ: টি আৰ এফৰ বিৰুদ্ধে আমেৰিকাৰ সিদ্ধান্তত সহমত প্ৰকাশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd