• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পশ্চিম অসমৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে গৌৰীপুৰত আলোচনা চক্ৰ সম্পন্ন

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
October 2, 2018 11:14 am
gauripur-talk-750x375

ফটো : নৰ্থইষ্ট নাও

183
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী জিলাৰ গৌৰীপুৰৰ নীলিমা বৰুৱা লোক কলা মিউজিয়ামে গৌৰীপুৰৰ  প্ৰমথেশ বৰুৱা কলেজৰ সহযোগত সোমবাৰে ‘’সাংস্কৃতিক ঐতিহ্য ব্যৱস্থাপনা : পশ্চিম অসমৰ এক অৱলোকন’’ শীৰ্ষক বিষয়ত এখন চিত্তাকৰ্ষক আলোচনা অনুষ্ঠিত হয়।

এই আলোচনাত অংশগ্ৰহণ কৰে গুৰগাঁৱৰ আমেৰিকান ইনষ্টিটিউট অৱ ইণ্ডিয়ান ষ্টাডিজৰ আমন্ত্ৰিত আৰ্কাইভিছ্ট ড০ সংগীতা দত্তই।

অনুষ্ঠানত অধ্যক্ষতা কৰা প্ৰমথেশ বৰুৱা কলেজৰ সভাপতি গংগাশংকৰ পাণ্ডেকে ধৰি অৱসৰপ্ৰাপ্ত অতিৰিক্তি উপায়ুক্ত ড০ আজাদ আলী, অতিৰিক্তি উপায়ুক্ত অনিমেশ তালুকদাৰ, প্ৰমথেশ বৰুৱা কলেজৰ বাণিজ্য বিভাগৰ মুৰব্বী ড০ সুদীপ চন্দা আৰু জিলা মিউজিয়াম বিষয়া মৃন্ময় দাসক সম্বৰ্দ্ধনা জনোৱা হয়।

অনুষ্ঠানত গৌৰীপুৰৰ ৰাজ পৰিয়ালৰ সদস্যসকলকে ধৰি বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

ইংৰাজী বিভাগৰ অধ্যাপক ড০ গোপাল বৰ্মনে তেওঁৰ আৰম্ভণি ভাষণত গৌৰীপুৰৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে।

আনহাতে, নিজৰ ‘ডিজিটেল প্ৰজেন্টেশ্যন’ত ড০ দত্তই  গৌৰীপুৰৰ সুলভ  সাংস্কৃতিক কলাসম্পদসমূহৰ সংৰক্ষণৰ দিশসমূহৰ বিষয়ে আলোকপাত কৰে।

তেওঁ ছাত্ৰ-ছাত্ৰীসকলে পশ্চিম অসমৰ ইতিহাস তথা সাংস্কৃতিক গুৰুত্ব বুজি পাবলৈ সাংস্কৃতিক সংগঠনসমূহে আয়োজন কৰা কাৰ্যসূচীসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ লগতে যাদুঘৰ, অভিলেখাগাৰ তথা আন সাংস্কৃতিক প্ৰতিষ্ঠানসমূহ পৰিভ্ৰমণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ধুবুৰীৰ অতিৰিক্তি উপায়ুক্ত অনিমেশ তালুকদাৰে তেওঁৰ ভাষণত নীলিমা বৰুৱা লোক কলা মিউজিয়াম আৰু জিলা মিউজিয়ামে ধুবুৰী আৰু গৌৰীপুৰৰ ৰাইজৰ মাজত সংস্কৃতিৰ সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

অনুষ্ঠানতে ড০ দত্তই গুৰগাঁৱৰ আমেৰিকান ইনষ্টিটিউট অৱ ইণ্ডিয়ান ষ্টাডিজে প্ৰতিমা বৰুৱা পাণ্ডেৰ লোকগীতসমূহ ডিজিটেল পদ্ধতিত সংৰক্ষণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি প্ৰস্তাৱ আগবঢ়ায়। গংগাশংকৰ পাণ্ডেই এই প্ৰস্তাৱক বিপুলভাৱে আদৰণি জনায়।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd