• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উদ্যোগত ‘লেক্স ইম্পেৰিয়াম মুট কোৰ্ট’ প্ৰতিযোগিতা সফলতাৰে সম্পন্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2025 5:42 pm
97
VIEWS
Share on FacebookShare on Twitter

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ লিগেল ষ্টাডিজে আজি অৰ্থাৎ ১২ এপ্ৰিলত প্ৰথম ‘লেক্স ইম্পেৰিয়াম মুট কোৰ্ট’ প্ৰতিযোগিতাৰ আয়োজন কৰে। এই প্ৰতিযোগিতাক ফলত আইন পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আইনগত উৎকৰ্ষতা গঢ়ি তোলাৰ এক বৃহৎ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। দিছপুৰ আইন মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত অসম আৰু মেঘালয়ৰ পৰা মুঠ ১৮টা দলে নিজৰ আইন পাঠ্যক্ৰমৰ আৰু যুক্তিৰ দক্ষতা প্ৰদৰ্শন কৰে।

প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা যেনে ছৰফৰাজ নৱাজ, কিশোৰ কলিতা আৰু এ.এছ তপাদাৰ উপস্থিত থাকে। প্ৰতিযোগিতাখনক তিনিটা ৰাউণ্ডত গঠন কৰা হৈছিল, প্ৰতিটো ৰাউণ্ডত আইনী জ্ঞান আৰু যুক্তিৰ বিভিন্ন দিশ মূল্যাংকন কৰা হয়।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জাষ্টিছ কল্যাণ ৰায় ছুৰানাই সন্মানীয় অতিথি হিচাপে শোভা বঢ়াই অনুষ্ঠানটিৰ উদ্বোধন কৰে। ন্যায়াধীশ ছুৰানাই অধিবক্তা হিচাপে অধ্যয়ন আৰু বাস্তৱ জগতৰ আইনী প্ৰত্যাহ্বানৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰাত ‘মুট কোৰ্ট’ প্ৰতিযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানৰ অংশ হিচাপে ন্যায়াধীশজনে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুট কোৰ্ট হল, এই হ’লটো শিক্ষাৰ্থীক প্ৰকৃত আদালতৰ অভিজ্ঞতাৰ প্ৰদানৰ বাবে ডিজাইন কৰা হৈছে।

অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ সভাপতি যশোদাৰঞ্জন দাসে আদৰণি ভাষণ প্ৰদান কৰে, গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জয়ন্ত ডেকাই জ্ঞান বৃদ্ধিৰ প্ৰতি শৈক্ষিক দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰে । তদুপৰি উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে আইনী প্ৰতিভাক আগুৱাই লৈ যোৱাত শিক্ষাৰ্থীৰ ভূমিকাৰ কথা উল্লেখ কৰে।

এই বাৰ্ষিক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ লক্ষ্য হৈছে আইনৰ ছাত্ৰ-ছাত্ৰীসকলক জটিল আইনী বিষয়সমূহৰ সৈতে জড়িত কৰোৱাৰ লগতে শিক্ষাৰ্থীৰ মাজত পেছাদাৰী অধিবক্তা হ’বৰ বাবে এক মঞ্চ প্ৰদান কৰা।

Recent News

‘তোমাৰ অবিহনে এই সকলোবোৰৰ একো অৰ্থ নাই’-  উৰণৰ পূৰ্বে সুভাংশুৱে পত্নীক দিলে স্নেহবাৰ্তা…

‘তোমাৰ অবিহনে এই সকলোবোৰৰ একো অৰ্থ নাই’-  উৰণৰ পূৰ্বে সুভাংশুৱে পত্নীক দিলে স্নেহবাৰ্তা…

CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত, বছৰত দুবাৰকৈ হ’ব পৰীক্ষা

CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত, বছৰত দুবাৰকৈ হ’ব পৰীক্ষা

তামিলনাডুৰ প্ৰথমগৰাকী ট্ৰেন্সউমেন সহকাৰী অধ্যাপিকা হিচাপে এন জেন্সীয়ে ৰচনা কৰিলে ইতিহাস…

তামিলনাডুৰ প্ৰথমগৰাকী ট্ৰেন্সউমেন সহকাৰী অধ্যাপিকা হিচাপে এন জেন্সীয়ে ৰচনা কৰিলে ইতিহাস…

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd