• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ল’কডাউনৰ প্ৰভাৱ : শূন্যতকৈ তললৈ নামিব পাৰে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2020 11:54 am
ল’কডাউনৰ প্ৰভাৱ : শূন্যতকৈ তললৈ নামিব পাৰে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ!

নিটি আয়োগৰ উপাধক্ষ্য ৰাজীৱ কুমাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছৰ বাবে বৰ্তমান দেশত চলি থকা ল’কডাউনৰ প্ৰভাৱৰ ফলত প্ৰথমটো কোৱাৰ্টাৰত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ শূন্য বা তাতকৈ তললৈ নামিব পাৰে।

The Printৰ সতৈ হোৱা এক সাক্ষাৎকাৰত নিটি আয়োগৰ উপাধক্ষ্য ৰাজীৱ কুমাৰে এনে এক আশংকা ব্যক্ত কৰে।

সাক্ষাৎকাৰটোত কুমাৰৰ উদ্ধৃতি দি কোৱা হয় যে অত্যাৱশকীয় সেৱাসমূহ অব্যাহত থকাৰ বাবে অৰ্থনীতি এনে এটা পৰ্যায়লৈ নামিব নালাগে যদিও বাকি সকলো খণ্ড একপ্ৰকাৰ বন্ধ হৈ পৰাত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ শূন্য বা তাতকৈ তললৈ বা নামিব পাৰে।

জুন মাহ পাৰ হোৱাৰ পিছত কি হ’ব তাক আগতিয়াকৈ কোৱাটো সম্ভৱ নহয় বুলি কুমাৰে লগতে কয়।

অৱশ্যে কুমাৰে জুনৰ পিছত মন্দাৱস্থাৰ সম্ভাৱনাক অস্বীকাৰ কৰে, তেওঁ হস্পিটেলিটি, পৰিবহণ, এণ্টাৰ্টেইনমেণ্ট আদি খণ্ডত কাম আৰম্ভ হ’ব বুলি আশা কৰে।

তেওঁৰ মতে বৰ্তমান পৰিস্থিতিত মানুহৰ জীৱন বচোৱাটো হৈছে চৰকাৰৰ প্ৰথম অগ্ৰাধকিাৰ।

উল্লেখযোগ্য যে যোৱা ২৬ মাৰ্চত দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ল’কডাউনৰ প্ৰতি লক্ষ্য ৰাখি ১.৭৬ লাখ কোটি টকাৰ প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ যোজনা ঘোষণা কৰিছিল।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

August 25, 2025 11:45 am
গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

August 25, 2025 10:50 am
গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে

গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে

August 25, 2025 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

August 25, 2025 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd