• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ভিড পজিটিভ গীতাৱলী ৰাজকুমাৰী, কন্যা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 21, 2020 7:49 pm
Assamese actress Geetawali Rajkumari, daughter test COVID-19 positive
868
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাত আক্ৰান্ত হৈছে অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী।

সোমবাৰে কৰা ৰেপিড টেষ্টত অভিনেত্ৰীগৰাকীৰ দেহত ধৰা পৰিছে COVID19।

গীতাৱলী ৰাজকুমাৰী কন্যাৰ দেহতো COVID19 পজিটিভ ধৰা পৰিছে বুলি জানিব পৰা গৈছে।

গীতাৱলীৰ ভগ্নী ড০ শুভলক্ষ্মী ৰাজকুমাৰীও ক’ৰ’ণাত আক্ৰান্ত হৈছে বুলি খবৰ আহিছে।

ড০ শুভলক্ষ্মী ৰাজকুমাৰী যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল।

উল্লেখযোগ্য যে, সমগ্ৰ অসমতে এতিয়া ক’ৰ’ণাই ভয়াৱহ ৰূপ লৈছে।

ৰাজ্যখনত এতিয়ালৈ ২৫০৯২ জন আক্ৰান্ত চিনাক্ত হৈছে।

ইয়াৰে ৭৯৩৬ জন এতিয়াও চিকিৎসাধীন হৈ আছে।

অসমত এতিয়ালৈ ৫৮ জনৰ ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে।

Tags: COVID-19

Recent News

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভানীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভানীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd