• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অজীৰ্ণ ভাইৰাছ! ক’ৰোনা ভাইৰাছৰ বিষয়ে চাঞ্চল্যকৰ তথ্য দিলে জাৰ্মান গৱেষকসকলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2024 10:39 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

518
VIEWS
Share on FacebookShare on Twitter

জাৰ্মান গৱেষকৰ এক নতুন অধ্যয়নত দাবী কৰা হৈছে যে কৰ’না ভাইৰাছে মানুহৰ মগজুত দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব পাৰে। সংক্ৰমণৰ পিছত কৰ’না ভাইৰাছ মগজুৰ খুলি আৰু মেনিনজ (মগজু আৱৰি থকা আৱৰণ)কে ধৰি বিভিন্ন অংশত বছৰ বছৰ ধৰি থাকি যাব পাৰে। ফলত আক্ৰান্ত লোকৰ মগজুৰ কাৰ্য্যক্ষমতা ৫ৰ পৰা ১০ বছৰলৈকে প্ৰভাৱিত হ’ব পাৰে। শেহতীয়াকৈ চেল হ’ষ্ট এণ্ড মাইক্ৰ’ব নামৰ আলোচনীখনত এই গৱেষণাৰ তথ্য প্ৰকাশ পাইছে।

জাৰ্মানীৰ সৰ্ববৃহৎ বৈজ্ঞানিক সংস্থা হেলমহল্টজ মিউনিখ আৰু মিউনিখত অৱস্থিত ৰাজহুৱা গৱেষণা বিশ্ববিদ্যালয় লুডৱিগ-মেক্সিমিলিয়ানছ-ইউনিভাৰ্চিটি (LMU)ৰ গৱেষকসকলে প্ৰকাশ কৰিছে যে SARS-CoV-2 ভাইৰাছৰ স্পাইক প্ৰটিন মগজুৰ সুৰক্ষামূলক স্তৰ মেনিনজিছ আৰু মূৰৰ খুলিৰ হাড়ৰ মজ্জাত ৪ বছৰলৈকে থাকি যাব পাৰে। এই প্ৰটিনৰ উপস্থিতিয়ে মগজুত দীৰ্ঘদিনীয়া প্ৰদাহ সৃষ্টি কৰে আৰু স্নায়ুৰ অৱক্ষয়ী ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

হেলমহল্টজ মিউনিখৰ ইনষ্টিটিউট ফৰ ইনটেলিজেণ্ট বায়’টেকন’লজিৰ সঞ্চালক অধ্যাপক এৰটুৰ্কে কয় যে দীৰ্ঘম্যাদী স্নায়ুজনিত প্ৰভাৱৰ ভিতৰত এটা হ’ল মগজুৰ বয়স বৃদ্ধি ত্বৰান্বিত হোৱা। ইয়াৰ ফলত আক্ৰান্ত ব্যক্তিৰ মগজুৰ কাৰ্য্যক্ষমতা ৫ৰ পৰা ১০ বছৰলৈ হ্ৰাস পায়। অধ্যয়নত দীৰ্ঘদিনীয়া কোভিডৰ স্নায়ুজনিত লক্ষণ, যেনে মূৰৰ বিষ, টোপনিৰ সমস্যা আৰু “মগজুৰ আছন্নতা”, বা জ্ঞানশক্তিৰ অক্ষমতা আদিও প্ৰকাশ পাইছে।

এই অধ্যয়নৰ বাবে গৱেষকসকলে নতুন এআই-চালিত ইমেজিং কৌশল উদ্ভাৱন কৰিছে, যিয়ে ভাইৰাছৰ প্ৰটিনৰ ত্ৰিমাত্ৰিক দৃশ্যমানতা সম্ভৱ কৰি তুলিছে। এই বিশেষ কৌশলৰ সহায়ত Covid-19 ৰোগী আৰু এন্দুৰৰ টিছ্যুৰ নমুনাত স্পাইক প্ৰটিনৰ উপস্থিতি ধৰা পেলোৱা হয়।

Recent News

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd