• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ইউফুজিম-২৫’ আয়োজনৰ বাবে সাজু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2025 1:22 pm
269
VIEWS
Share on FacebookShare on Twitter

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ৫ মাৰ্চৰপৰা ৮মাৰ্চ ২০২৫ তাৰিখলৈ বিশ্ববিদ্যালয় সপ্তাহ “ইউফুজিম- ২৫” অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । সংগীত, নাটক, কলা, সাহিত্য বিভাগৰ লগতে  ফটোগ্ৰাফী আৰু চিনেমা, প্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ, ইত্যাদি বহু ধৰনৰ প্ৰতিযোগিতাৰে চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰিবলগীয়া এই বাৰ্ষিক উৎসৱৰ এই বছৰ থীম বা বিষয়বস্তু হৈছে ‘RETRO REWIND’  অৰ্থাৎ “অতীতলৈ উভতি চোৱা” ।

এইবাৰৰ বিশ্ববিদ্যালয় সপ্তাহত প্ৰায় ২৫ টা প্ৰতিযোগিতাৰ লগতে বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে , য’ত আছে প্ৰায় ২.৫ লাখ টকাৰ পুৰস্কাৰ। গোটেই অনুষ্ঠানটিৰ বিভিন্ন মিডিয়া অংশীদাৰ সকলৰ ভিতৰত আছে জিপ্লাছ , ৯২.৭ বিগ এফএম আৰু প্ৰতিদিন টাইমৰ দৰে প্ৰধান ব্ৰেণ্ড। এই বছৰ  ইউফুজিম ‘২০২৫ৰ টাইটেল স্পনছৰ হ’ব  কোকাকোলা l আন অংশীদাৰসকল হৈছে ক্ৰাফটি একজামশাস্ত্ৰজ,  দি এচ ইন্টাৰপ্ৰাইজ, দি’ৱেভ ষ্টুদিঅ,  নিউলাইক্ম আৰু ৰাহি ট্ৰেভেল এন্ড হস্পিতালিটি পাৰ্টনাৰ।

প্ৰতিবছৰৰ দৰে এইবাৰৰ ১৪ সংখ্যক ইউফুজিমে এক বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছে l ইউফুজিম- ২৫ ৰ এইবাৰৰ মুখ্য আকৰ্ষণ হৈছে বলীউদৰ সংগীত শিল্পী আছিছ কৌৰৰ সংগীত পৰিৱেশন। গায়িকা আছিছ কৌৰে গীত পৰিৱেশন কৰিব ৮ মাৰ্চ তাৰিখে ।

ইয়াৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱৰ সন্মানাৰ্থে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা “নৃসিংহ মূৰাৰী” ভাওনা প্ৰদৰ্শন কৰা হ’ব ৬ মাৰ্চ তাৰিখে ৫ বজাৰপৰা।

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বাৰ্ষিক উৎসৱ “ইউফুজিম ” কেৱল মনোৰঞ্জন, জ্ঞান বিনিময় বা ব্ৰেণ্ড প্ৰচাৰ ইত্যাদিৰএক উৎকৃষ্ট সুযোগ প্ৰদান কৰা ক্ষেত্ৰই নহয়, ই হৈছে ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰ্নিহিত প্ৰতিভা বিকাশ সাধন কৰাৰ এখন উৰ্বৰ মঞ্চ ।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd