• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৪ বছৰৰ পিছত ঘৰলৈ উভটি আহিল ৬০ হাজাৰ টকাত বহিঃৰাজ্যত বিক্ৰী কৰা অসমীয়া যুৱতী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 22, 2024 8:27 pm
861
VIEWS
Share on FacebookShare on Twitter

চাৰি বছৰ পূৰ্বে বহিঃৰাজ্যত বিক্ৰী কৰা হৈছিল যুৱতীগৰাকীক। কৰ্ম সংস্থাপনৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ নি মাত্ৰ ৬০ হাজাৰ টকাৰ বিক্ৰী কৰি দিয়া হৈছিল যুৱতীগৰাকীক। অৱশেষত ৪ বছৰৰ পিছত নিজৰ ঘৰলৈ ঘূৰি আহিবলৈ সক্ষম হয় ভুক্তভোগী যুৱতীগৰাকী। 

জানিব পৰা মতে যুৱতীগৰাকীৰ ঘৰ বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অধীনস্থ ৭ নং বাছবাৰীত। 

চাৰি বছৰ পূৰ্বে বেংগালুৰুত কৰ্মসংস্থাপনৰ প্ৰলোভন দি নুৰুল ইছলাম নামৰ এজন ব্যক্তিয়ে বিক্ৰী কৰি দিছিল যুৱতীগৰাকীক।

বেংগালুৰুত কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও তাৰ পৰিৱৰ্তে গুৱাহাটীলৈ লৈ গৈছিল যুৱতীগৰাকীক। গুৱাহাটীত জোৰ-জবৰদস্তি ড্ৰাগছ সেৱন কৰাই পৰৱৰ্তী সময়ত ৰেলযোগে শিলিগুৰিলৈ নি ৬০ হাজাৰ টকাৰ বিনিময়ত দুষ্ট চক্ৰৰ হাতত যুৱতী গৰাকীক গতাই দিছিল নুৰুল ইছলামে।

৪ বছৰে অনেক কষ্ট আৰু নিৰ্যাতন সহ্য কৰি অৱশেষত ঘৰলৈ ঘূৰি আহিবলৈ সক্ষম হয় ভুক্তভোগী যুৱতীগৰাকী।

খবৰ অনুসৰি ইতিমধ্যে ধৃত নুৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Recent News

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

ইউনুছক সেনা প্ৰধানৰ সকীয়নি! কোন দিশে অশান্ত-অস্থিৰ বাংলাদেশ?

ইউনুছক সেনা প্ৰধানৰ সকীয়নি! কোন দিশে অশান্ত-অস্থিৰ বাংলাদেশ?

এনেকুৱাও ঘটে! ২৫ বাৰ বিয়া, শহুৰেকৰ ঘৰৰ পৰা লাখ লাখ টকা-গহনা লুট! গ্ৰেপ্তাৰ ‘চুৰুণী কইনা’

এনেকুৱাও ঘটে! ২৫ বাৰ বিয়া, শহুৰেকৰ ঘৰৰ পৰা লাখ লাখ টকা-গহনা লুট! গ্ৰেপ্তাৰ ‘চুৰুণী কইনা’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd