• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গ্লেন মেক্সৱেলৰ ধুমুহা! এদিনীয়া বিশ্বকাপত দ্ৰুততম শতকৰ অভিলেখ সৃষ্টি

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
October 25, 2023 6:43 pm
12.8k
VIEWS
Share on FacebookShare on Twitter

অন্য এক অভিলেখৰ অভিকেন্দ্ৰ হৈ পৰিছে ভাৰতত অনুষ্ঠিত হৈ থকা এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ প্ৰতিযোগিতা। সিদিনাখন দক্ষিণ আফ্ৰিকাৰ বেটাৰ আইডেন মাৰ্কৰামে গঢ়া অভিলেখ আজি বুধবাৰে ভংগ কৰিছে অষ্ট্ৰেলিয়ান বেটাৰ গ্লেন মেক্সৱেলে।  

অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ তথা বিস্ফোৰক বেটাৰ গ্লেন মেক্সৱেলে গঢ়িছে এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ দ্ৰুততম শতক অৰ্জন কৰাৰ নতুন অভিলেখ।   

World Cup | Glenn Maxwell conjures fastest World Cup century after David  Warner's hundred, Australia post 399/8 - Telegraph India

বুধবাৰে নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত নেদাৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপৰ মেচখনত মেক্সৱেলে এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰিছে।

আজিৰ মেচখনত মেক্সৱেলে মাত্ৰ ৪০ বলত শতক অৰ্জন কৰি এদিনীয়া ক্ৰিকেটত সামগ্ৰিকভাৱে বিশ্বৰ চতুৰ্থ দ্ৰুততম শতক অৰ্জন কৰাৰ বেটাৰ হিচাপে পৰিগণিত হয়।

 

Glenn Maxwell hits fastest World Cup century': Australia's Glenn Maxwell on  Wednesday hit the fastest World Cup century off just 40 balls in the match  against the Netherlands in New Delhi. Maxwell's

 

আজিৰ মাৰমুখি বেটিঙেৰে মেক্সৱেলে চলিত বিশ্বকাপতে দক্ষিণ আফ্ৰিকাৰ বেটাৰ আইডেন মাৰ্কৰামে গঢ়া এদিনীয়া বিশ্বকাপৰ দ্ৰুততম শতকৰ অভিলেখ ভংগ কৰে। উল্লেখ্য যে শ্ৰীলংকাৰ বিৰুদ্ধে মাৰ্কৰামে মাত্ৰ ৪৯ টা বলতে শতক অৰ্জন কৰি ২০১১ চনত কেভিন অ’ব্ৰাইয়ানে স্থাপন কৰা এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ দ্ৰুততম শতকৰ অভিলেখ ভংগ কৰিছিল।

Aus vs Ned: Glenn Maxwell blasts fastest World Cup century - International  - geosuper.tv

৩৫ বছৰীয়া অষ্ট্ৰেলিয়ান বেটছমেনগৰাকীয়ে ডাচ বলিং আক্ৰমণক তচনচ কৰি মাত্ৰ ৪৪ টা বলত ৯ টা চাৰি আৰু ৮ টা ছয়ৰে ২৪০.৯০ ষ্ট্ৰাইক ৰেটেৰে মুঠ ১০৬ সংগ্ৰহ কৰে।

ইফালে মেচখনত অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি ৫০ অ’ভাৰত ৮ টা উইকেটৰ বিনিময়ত ৩৯৯ ৰাণ সংগ্ৰহ কৰে। অপেনাৰ ডেভিড ৱাৰ্ণাৰে ১০৪ ৰাণ কৰি শতক অৰ্জন কৰাৰ লগতে ষ্টীভ স্মিথে ৭১ ৰাণৰ দৰ্শনীয় অৰ্ধ শতক অৰ্জন কৰে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd