• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটত নতুনকৈ কৰ’নাত আক্ৰান্ত ২০২গৰাকী লোক; ৩গৰাকী লোকৰ মৃত্যু

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
May 22, 2021 7:16 am
Covid19-positive-750x375
186
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। শুকুৰবাৰৰ দিনটোত জিলা খনত ২০২ গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে।

বিগত দিনৰ তুলনাত মৃত্যুৰ হাৰ কিছু হ্ৰাস পাইছে যদিও কালি পুনৰ ৩ গৰাকীকৈ ক’ভিড ৰোগীৰ মৃত্যু হৈছে।

এইপৰ্যন্ত মুঠ ৩,৬৩৭ গৰাকী ক’ভিড ৰোগীৰ ভিতৰত ১০৯৯ গৰাকী সক্ৰিয় হৈ আছে।

এতিয়ালৈকে জিলাখনত মুঠ মৃত্যু হৈছে ৩৭ গৰাকী ব্যক্তিৰ। শুকুৰবাৰে মৃত্যু হোৱা লোক কেইগৰাকী হৈছে অঞ্জন চাই কেউট(৬৭) খুমটাইৰ বুটলিখোৱা, হিতেশ্বৰ শইকীয়া(৬৬) দেৰগাওঁ ১০ নং ৱাৰ্ড আৰু  মুহিবুৰ আলি (৫০) বাদুলিপাৰা চাহ বাগিচা।

তিনিওগৰাকী ৰোগী যোৰহাট মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছিল। ইয়াৰে হিতেশ্বৰ শইকীয়াৰ বৃহস্পতিবাৰে নিশা মৃত্যু হৈছিল।

বৰ্তমান ১০৯৯ গৰাকী ক’ভিড আক্ৰান্তৰ ভিতৰত ৫৭৫ গৰাকী আক্ৰান্তক হ’ম আইছ’লেশ্যনত ৰখাৰ ব্যৱস্থা কৰিছে। বাকী কেইজনক ক’ভিড কেয়াৰ চেন্টাৰ আৰু হাস্পাতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

Tags: COVID-19

Recent News

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

উৰিষ্যাত বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষ*ণ দুগৰাকী কিশোৰী! গ্ৰেপ্তাৰ চাৰিজন অভিযুক্ত

উৰিষ্যাত বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষ*ণ দুগৰাকী কিশোৰী! গ্ৰেপ্তাৰ চাৰিজন অভিযুক্ত

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd