• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৌৰভ কুমাৰ চলিহা অদ্যাৱধি সৃষ্ট বিশাল অসমীয়া গল্প সাহিত্যৰ শ্ৰেষ্ঠ গল্পকাৰ

‘ভাল খবৰৰ দিন’ৰ বক্তৃতা প্ৰদান কৰি কাহিনীকাৰ অপূৰ্ব শৰ্মাৰ মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2024 5:33 pm
Saurav Kumar Chaliha Good News Day Apurba Sharma
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্ৰধান কণ্ঠ সৌৰভ কুমাৰ চলিহাৰ সাহিত্য আৰু ব্যক্তিত্ব চৰ্চাৰ উদ্দেশ্যে কালি পহিলা জানুৱাৰীৰ বিয়লি কটন বিশ্ববিদ্যালয়ৰ এলাম্‌নাই হলত অনুষ্ঠিত হৈছিল ‘ভাল খবৰৰ দিন’ শীৰ্ষক এক অনুষ্ঠান।

এই অনুষ্ঠানৰ বক্তৃতানুষ্ঠানত ‘পঢ়ুৱৈৰ দৃষ্টিৰে সৌৰভ কুমাৰ চলিহাৰ গল্প’ শীৰ্ষক মূল বক্তৃতা প্ৰদান কৰে সমকালীন অসমীয়া সাহিত্যৰ আন এগৰাকী প্ৰধান গল্পকাৰ, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অপূৰ্ব শৰ্মাই৷

নিজ বক্তৃতাত অপূৰ্ব শৰ্মাই কয়, “সাহিত্যৰ জগতত এজন শক্তিশালী স্ৰষ্টাৰূপে তেওঁ আছিল আদ্যান্ত এজন কাহিনী কথক৷ এতিয়া আৰু নিসন্দেহে আৰু নিসংকোচে ক’ব পাৰোঁ যে সৌৰভ কুমাৰ চলিহা অদ্যাৱধি সৃষ্ট বিশাল অসমীয়া গল্প সাহিত্যৰ শ্ৰেষ্ঠ গল্পকাৰ।”

“গল্প ব্যতিৰেক তেওঁৰ অন্যান্য সানমিহলি ৰচনাসমূহক সিবোৰৰ ৰচনা কুশলতা আৰু সামাজিক গুৰুত্ব সত্ত্বেও। সিবোৰক বাদ দিলে দেখা যায় যে তেওঁৰ সৃষ্টিশীল সত্তা আৰু সুকুমাৰ মানস কেৱল আৰু কেৱল গল্পৰ প্ৰতি ঐকান্তিকভাৱে অনুৰক্ত আৰু চূড়ান্তভাৱে নিবেদিত আছিল।”- তেওঁ লগতে কয়।

সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজৰ উদ্যোগত আয়োজিত সভাৰ আৰম্ভণিতে আদৰণী ভাষণ দিয়ে সমাজৰ সভাপতি জেবিন আহমেদে৷ মননশীল তথা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সৌৰভ কুমাৰ চলিহাৰ প্ৰখ্যাত গল্প ’ফটো’ পাঠ কৰে প্ৰসিদ্ধ চিত্ৰ পৰিচালক, আবৃত্তিকাৰ ডাঃ সান্ত্বনা বৰদলৈয়ে৷

অনুষ্ঠানত অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট পাঠক প্ৰয়াত মুনীন্দ্ৰ নাথ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ হৈ পুত্ৰ সঞ্জীৱ বৰুৱাক সম্বৰ্ধনা জনায় অনুৰাগী সমাজৰ হৈ বোধিসত্ত্ব শৰ্মাই৷

বিশিষ্ট শিল্পী, চিত্ৰ সমালোচক নয়ন প্ৰসাদে পৰিচালনা কৰা সভাখনিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অনুৰাগী সমাজৰ সদস্য মুবিনা আখতাৰে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd