• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশবাসীৰ বাবে ভাল খবৰ! কেন্দ্ৰই আৰম্ভ কৰিব নতুন পেঞ্চন আঁচনি, পিছে কি কি সুবিধা পাব আপুনি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2025 7:32 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে দেশবাসীৰ বাবে ‘ইউনিভাৰ্চেল পেঞ্চন আঁচনি’ আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে। শ্ৰম মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি এই নতুন আঁচনিৰ অধীনত সংগঠিত আৰু অসংগঠিত দুয়োটা খণ্ডৰ শ্ৰমিকে স্বেচ্ছাই অংশগ্ৰহণ কৰিব পাৰিব। বিশেষকৈ নিৰ্মাণ শ্ৰমিক, ঘৰুৱা শ্ৰমিক, গিগ শ্ৰমিকৰ দৰে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে এইটো এটা বৃহৎ প্ৰকল্প হ’ব পাৰে।

বৰ্তমান ইপিএফঅ’ৰ দৰে চৰকাৰী সঞ্চয় আঁচনি আছে। তাত প্ৰায় সকলোৱে নিজৰ নাম পঞ্জীয়ন কৰিছিল। কিন্তু শ্ৰমিক বা অসংগঠিত খণ্ডত থকাসকলে সেই সুযোগ নাপায়। এই পেঞ্চন আঁচনিখনত চৰকাৰে কোনো ধৰণৰ আৰ্থিক বৰঙণি নিদিয়ে, বৰঞ্চ সম্পূৰ্ণ স্বেচ্ছামূলক আঁচনিখন চলিব।

চৰকাৰৰ লক্ষ্য হৈছে দেশৰ পেঞ্চন ব্যৱস্থাক অধিক সংগঠিত কৰি এই ক্ষেত্ৰত ইতিমধ্যে থকা সকলো আঁচনি এক উমৈহতীয়া কাঠামোৰ অধীনলৈ অনা। অৱশ্যে এই নতুন পেঞ্চন আঁচনিখনে আপাততঃ ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ ঠাই ল’ব নোৱাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। অৰ্থাৎ এনপিএছ যিদৰে আছে তেনেদৰেই চলি থাকিব।

বৰ্তমান দেশত অসংগঠিত খণ্ডৰ বাবে কেইবাখনো পেঞ্চন আঁচনি আছে, ইয়াৰে অন্যতম জনপ্ৰিয় আঁচনি হৈছে অটল পেঞ্চন যোজনা, য’ত মাহিলী নূন্যতম (বয়স অনুসৰি ধনৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়) জমা কৰা হয়, আৰু ৬০ বছৰ বয়সৰ পিছত মাহিলী ১০০০ – ১৫০০ টকা পেঞ্চন পোৱা যায়। প্ৰধানমন্ত্ৰী শ্ৰম যোগী মন ধন যোজনা (PM-SYM), যিয়ে ৰাজপথৰ ব্যৱসায়ী, ঘৰুৱা শ্ৰমিক আৰু শ্ৰমিকক আৰ্থিক সাহায্য প্ৰদান কৰে। ইয়াৰোপৰি কৃষকৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ মন্ধন যোজনাত ৬০ বছৰ বয়সৰ পাছত মাহিলী ৩ হাজাৰ টকা পেঞ্চন দিয়া হয়।

চৰকাৰৰ নতুন প্ৰকল্পটো কেতিয়া আৰম্ভ কৰিব, বা ইয়াৰ কি লাভ হ’ব সেই সন্দৰ্ভত বিতং তথ্য এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে সূত্ৰ অনুসৰি এই প্ৰকল্পৰ কথা বিবেচনা কৰা হৈছে। বাকীখিনি খচৰা প্ৰস্তুত হোৱাৰ পাছত  আলোচনা সম্পূৰ্ণ হ’লেই গম পোৱা যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd