• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্যপ্ৰাণী ৰক্ষাত ব্যৰ্থ চৰকাৰ! মানস ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ গুলীৰ প্ৰাণ হেৰুৱালে ৩ গজৰাজে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2025 1:21 pm
126
VIEWS
Share on FacebookShare on Twitter

পুনৰ এবাৰ ভুল প্ৰমাণিত হ’ল চৰকাৰ দাবী। পাণবাৰী ৰেঞ্জৰ অন্তৰ্গত মানস ৰাষ্ট্ৰীয় উদ্যানত তিনিটাকৈ বন্যহস্তীক গুলীয়াই চোৰাং চিকাৰীয়ে হত্যা কৰিছে।

আজি দুবছৰ আগতেও পাণবাৰী ৰেঞ্জত চোৰাং চিকাৰীয়ে গড় হত্যা কৰিছিল বুলি জানিব পৰা গৈছে। খৰ্গ কাটি লৈ যোৱাৰ পাছত গেলি থকা অৱস্থাত গড় টো পোৱা গৈছিল।

ইমান বিলাক ঘটনা হৈ যোৱাৰ পাছতো কিয় আজি পৰ্যন্ত অসম চৰকাৰ তথা বন বিভাগে মানস ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা প্ৰদান কৰিবলৈ অবহেলা কৰি আহিছে বুলি প্ৰশ্ন কৰিছে পশুপ্ৰেমীসকলে। সদায় বন্য প্ৰাণী হত্যা কৰাৰ পাছত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগে অভিযান চলাই তাৰ পূৰ্বেই কিয় বন বিভাগে ৰাষ্ট্ৰীয় উদ্যান খনক সুৰক্ষাৰ বাবে গুৰুত্ব নিদিয়ে বুলি প্ৰশ্ন কৰিছে প্ৰকৃতি প্ৰেমী দেৱজিত মৰাণে।

Recent News

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd