• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এক দেশ এক নিৰ্বাচন! বিজেপিৰ নতুন ৰণ কৌশল নে আন কিবা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2023 8:37 pm
515
VIEWS
Share on FacebookShare on Twitter

‘এক দেশ এক নিৰ্বাচন’ৰ বাবে এইবাৰ এখন বিশেষ কমিটী গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে। এই কমিটীখনৰ মুৰব্বী প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। 

জানিব পৰা মতেদুজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশো থাকিবএক দেশ এক নিৰ্বাচনৰ এই বিশেষ কমিটীত। ভাৰতৰ দৰে বৃহৎ জনসংখ্যাৰ দেশত ‘এক দেশ এক নিৰ্বাচন’ কিমান বাস্তৱসন্মত পদক্ষেপ হ’ব পাৰে সেই বিষয়ে বিশ্লেষণ কৰিবৰ বাবে গঠন কৰা হৈছে এইখন কমিটী। 

প্ৰকাশিত খবৰ অনুসৰি, এই কমিটীয়ে এই বিষয়ে আইনী পৰামৰ্শ লোৱাৰ লগতে সকলো নিৰ্বাচন একেলগে অনুষ্ঠিত হ’লে সেয়া কিমান যুক্তিযুক্ত হ’ব, সেই সম্পৰ্ক ৰাজনীতিবিদসকলৰো মতামত জানিব বিচাৰিব । ইয়াক লৈ প্ৰতিখন চৰকাৰৰ সৈতেও পৃথক পৃথকভাৱে কথা পাতিব কমিটীৰ সদস্যসকলে।

উল্লেখ্য যে ‘এক দেশ এক নিৰ্বাচন’ এক প্ৰস্তাৱ য’ত লোকসভা আৰু সকলো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছে। 

কিন্তু বিজেপি চৰকাৰৰ এই সিদ্ধান্ত বা পৰিকল্পনাক এতিয়া সৰ্বত্ৰে প্ৰশ্নৰ উত্থাপন হৈছে।  

Recent News

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰত ৫জন মৃত্যুদণ্ডৰ দোষীকে ধৰি ১২ জন অভিযুক্তক দোষমুক্ত আদালতৰ

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰত ৫জন মৃত্যুদণ্ডৰ দোষীকে ধৰি ১২ জন অভিযুক্তক দোষমুক্ত আদালতৰ

দেশত উন্মোচিত হ’ল ৪০০০ বছৰ পুৰণি সভ্যতাৰ নিদৰ্শন! ক’ত, কেতিয়া, কেনেকৈ?

দেশত উন্মোচিত হ’ল ৪০০০ বছৰ পুৰণি সভ্যতাৰ নিদৰ্শন! ক’ত, কেতিয়া, কেনেকৈ?

ৰাষ্ট্ৰীয় নিৰাপত্তা, নিৰ্বাচন আৰু মণিপুৰক লৈ সংসদত প্ৰধানমন্ত্ৰীয়ে মৌনতা ভংগ কৰিবই লাগিব: গৌৰৱ গগৈ

ৰাষ্ট্ৰীয় নিৰাপত্তা, নিৰ্বাচন আৰু মণিপুৰক লৈ সংসদত প্ৰধানমন্ত্ৰীয়ে মৌনতা ভংগ কৰিবই লাগিব: গৌৰৱ গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd