• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সকলো পানীৰ বটলৰ বিক্ৰী নিষিদ্ধ কৰি ঘৰে ঘৰে খোৱা পানীৰ ব্যৱস্থা কৰক

চৰকাৰে ৰাজহুৱা স্থানত খোৱা পানীৰ এ টি এম স্থাপন কৰক: আপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2023 4:40 pm
536
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে অহা ২ অক্টোবৰৰ পৰা এক লিটাৰৰ তলৰ খোৱা পানীৰ প্লাষ্টিকৰ বটলৰ বিক্ৰী নিষিদ্ধ কৰা সিদ্ধান্তৰ সুৰতে সুৰ মিলাই আম আদমি পাৰ্টীয়ে দাবী কৰে যে চৰকাৰে খোৱা পানীৰ বিক্ৰী বন্ধ কৰি জল জীৱন মিছনৰ অধীনত সকলোৰে ঘৰে ঘৰে পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। এক প্ৰেছ বিবৃতিযোগে দলটোৰ সভাপতি ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াই লগতে দাবী কৰে যে ৰাজহুৱা স্থানত খোৱা পানী পৰ্যাপ্ত পৰিমাণে উপলব্ধ কৰিবলৈ চৰকাৰে খোৱা পানীৰ এ টি এম স্থাপন কৰিব লাগে।

প্ৰায় ডেৰ-দুই দশকৰ পূৰ্বে খোৱা পানী বিক্ৰীৰ কথা অসমৰ মানুহৰ সপোনৰ অগোচৰ আছিল। চৰকাৰে ঘৰে ঘৰে পানী যোগানত ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু ৰাজহুৱা স্থানত খোৱা পানীৰ ব্যৱস্থাৰ প্ৰতি চৰকাৰৰ আওকাণীয়া মনোভাবৰ বাবে তৃষ্ণাতুৰ পথচাৰীয়ে পানীৰ বটল কিনি খাবলৈ বাধ্য হৈছে। কোটি কোটি টকা খৰচ কৰি বিজেপি চৰকাৰে জল জীৱন মিছন আৰম্ভ কৰিছে যদিও আঁচনিখন ৰূপায়ণত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ বাবে কাৰ্যতঃ ইয়াৰ সুফল জনতাই লাভ কৰা নাই।

আম আদমি পাৰ্টীয়ে দাবী কৰে যে পানীৰ বটলৰ বিক্ৰী নিষিদ্ধ কৰাৰ সমান্তৰালভাৱে চৰকাৰে ঘৰে ঘৰে পৰ্যাপ্ত পানী দিয়াৰ ব্যৱস্থা কৰক আৰু সকলো ৰাজহুৱা স্থানত খোৱা পানীৰ এ টি এম স্থাপন কৰক।

Recent News

হঠাৎ কিয় এই সিদ্ধান্ত? পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে

হঠাৎ কিয় এই সিদ্ধান্ত? পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে

লজ্জাহীন চৰকাৰ, হিটলাৰী শাসন :  সামাজিক মাধ্যমত উচ্ছেদ বিৰোধী ৰীল পোষ্ট কৰাৰ বাবে যুৱকক গ্ৰেপ্তাৰ

লজ্জাহীন চৰকাৰ, হিটলাৰী শাসন :  সামাজিক মাধ্যমত উচ্ছেদ বিৰোধী ৰীল পোষ্ট কৰাৰ বাবে যুৱকক গ্ৰেপ্তাৰ

অসমবাসীৰ আত্মসন্মাত আঘাত! ৰংঘৰৰ ছবি ব্যৱহাৰ কৰি সুৰাৰ বিজ্ঞাপন অ’য়েচিছ গ্ৰুপৰ

অসমবাসীৰ আত্মসন্মাত আঘাত! ৰংঘৰৰ ছবি ব্যৱহাৰ কৰি সুৰাৰ বিজ্ঞাপন অ’য়েচিছ গ্ৰুপৰ

মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত শিলোসাঁকোত উচ্ছেদ : এতিয়াও অক্ষত হোটেল জিঞ্জাৰ, আজমলৰ মাটি, জয়ন্ত মল্লৰ ঘৰলৈ যোৱা পথ

মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত শিলোসাঁকোত উচ্ছেদ : এতিয়াও অক্ষত হোটেল জিঞ্জাৰ, আজমলৰ মাটি, জয়ন্ত মল্লৰ ঘৰলৈ যোৱা পথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd