• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গ্ৰাফিটি শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰিলে অৰুণাচল আৰক্ষীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2022 9:12 am
WhatsApp Image 2022-03-28 at 8.37.23 AM
202
VIEWS
Share on FacebookShare on Twitter

গ্ৰাফিটি শিল্পী তথা সামাজিক কৰ্মী নীলিম মহন্তক ইটানগৰৰ ‘সম্প্ৰীতিৰ দেৱাল’ (Wall of Harmony) ত অংকন কৰা বান্ধ বিৰোধী গ্ৰাফিটিৰ (দেৱালত চিত্ৰ অংকন) বাবে অৰুণাচল আৰক্ষীয়ে তেওঁৰ লখিমপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

ইটানগৰ আৰক্ষীৰ এটা দল লখিমপুৰত থকা তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁক ইটানগৰ আৰক্ষী থানালৈ লৈ যায়।

সূত্ৰ অনুসৰি, দিবাঙত নিৰ্মাণ কৰা বান্ধৰ প্ৰতিবাদত গ্ৰাফিটি আঁকিবলৈ নীলিমক অৰুণাচল প্ৰদেশলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

লগতে পঢ়ক: কেমেৰাৰ সন্মুখতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক আক্ৰমণ, যুৱকক গ্ৰেপ্তাৰ

অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত ৫৭০০০ মেগা বান্ধৰ সৈতে সম্পৰ্কিত এক প্ৰতিবাদৰ সন্দৰ্ভত গ্ৰাফিটিটো আছিল।

অৱশ্যে অৰুণাচল আৰক্ষীয়ে নীলিমক কিয় গ্ৰেপ্তাৰ কৰা হৈছে সেয়া জনোৱা নাই।

এক সূত্ৰই কয় যে ইটানগৰৰ সচিবালয় ভৱনৰ দেৱালত এটা কলা প্ৰকল্প-‘সম্প্ৰীতিৰ দেৱাল’ত গ্ৰাফিটি অংকন কৰাৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।

লগতে পঢ়ক: অথলে গ’ল ডুপ্লেচি-কোহলিৰ দুৰ্দান্ত প্ৰদৰ্শন; বিশাল ৰাণৰ লক্ষ্য অনুসৰণ কৰি পঞ্জাৱৰ বিৰাট জয়

স্থানীয় সংগঠনসমূহে তেওঁৰ তাৎক্ষণিক মুক্তি দাবী কৰি কয় যে নীলিমক অৰুণাচলৰ স্থানীয় লোকে গ্ৰাফিটি আঁকিবলৈ আমন্ত্ৰণ জনাইছিল আৰু তাৰ বাবে তেওঁক আনকি মাননিও দিয়া হৈছিল।

Recent News

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd