• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উন্মাদৰ কাণ্ড! আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণত শিশুসহ একেটা পৰিয়ালৰ ৫জন নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2023 10:35 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1.4k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণৰ ঘটনা। চুবুৰীয়াৰ ঘৰত প্ৰৱেশ কৰি পাঁচজন লোকক গুলীয়াই হত্যা কৰে এজন লোকে। ইয়াৰ ভিতৰত আছে এটি ৮ বছৰীয়া শিশু। এই ঘটনাই অঞ্চলটোত উত্তেজনা বিয়পাইছে। অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে।

ঘটনাটো কেনেকৈ ঘটিল? হিউষ্টনৰ ওচৰৰ এটা ঘৰত বাস কৰিছিল লোকজন। ঘৰৰ সন্মুখত থিয় হৈ তেওঁ অবিৰতভাৱে বন্দুকেৰে গুলীবৰ্ষণ কৰিছিল। তাকে লৈ চুবুৰীয়াই আপত্তি তুলিলে। ইয়াৰ পিছতে খঙত তেওঁ সেই ঘৰটোত সোমাই যায়। তাৰ পিছত নিৰ্বিচাৰে গুলীয়াই পাঁচজন লোকক হত্যা কৰে।

লগতে পঢ়ক: ৰাস্তাৰ কুকুৰৰ দলে কামুৰি ছিৰাছিৰ কৰি পেলালে মহিলাৰ শৰীৰ; ৰাতিপুৱাই কুকুৰৰ আক্ৰমণত মৃত্যু!

আৰক্ষীয়ে এতিয়াও অভিযুক্ত ৩৮ বছৰীয়া ফ্ৰান্সিস্কো অৰোপেজাক বিচাৰি আছে। স্নিফাৰ ডগ আৰু ড্ৰ’নৰ সহায়ত এই তালাচী অভিযান চলোৱা হৈছে।

আমেৰিকাৰ মাটিত এইটো বন্দুকধাৰীৰ আক্ৰমণৰ শেহতীয়া ঘটনা। সোমবাৰে নেশ্বভিলৰ এখন প্ৰাথমিক বিদ্যালয়ত বন্দুকধাৰীয়ে হত্যা কৰিছিল তিনিটা শিশুসহ ৬ জন লোকক। দীৰ্ঘদিন পৰিকল্পনা কৰি বিদ্যালয়খনৰ মানচিত্ৰ আঁকি লৈ বন্দুকধাৰীয়ে আক্ৰমণ সংঘটিত কৰিছিল।

আমেৰিকাত বন্দুকধাৰীৰ আক্ৰমণৰ সংখ্যা দিনে দিনে যথেষ্ট বৃদ্ধি পাইছে। স্কুলৰ পৰা ধৰ্মীয় স্থানলৈকে একো বাদ দিয়া হোৱা নাই। বন্দুক সম্পৰ্কীয় আইন গৃহীত হ’লেও আক্ৰমণৰ ঘটনা বন্ধ হোৱা নাই।

লগতে পঢ়ক: চন্দ্ৰৰ মাটিত পোৱা গৈছে অক্সিজেন; সম্ভৱ হ’ব মানুহৰ বসতি? নাছাৰ পৰীক্ষাত নতুন আশা

এই সম্পৰ্কত মুখ মেলিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। তেওঁ কয়, “এইটো মানি ল’ব নোৱাৰি। সমগ্ৰ বিষয়টোৰ ওপৰত মই তীক্ষ্ণ দৃষ্টি ৰাখিছো। এই ঘটনাত আমেৰিকাৰ হৃদয় সম্পূৰ্ণৰূপে ভাঙি গৈছে। কংগ্ৰেছলৈ মোৰ আবেদন যে তেওঁলোকে অস্ত্ৰ ৰখাত নিষেধাজ্ঞা আৰোপ কৰক।”

তাৰপিছতো হিউষ্টনৰ কাণ্ডই স্পষ্ট কৰি দিলে যে আমেৰিকাত বন্দুকধাৰীৰ আক্ৰমণ ঘটনা এতিয়াও কমি যোৱা নাই।

Recent News

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd