• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰ্ষাপাৰাৰ আজিৰ খেল স্মৰণীয় হৈ ৰ’ব এদিনীয়াত অভিষেক ঘটা ঋষভ পন্তৰ বাবে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2018 6:18 am
Rishabh-Pant
426
VIEWS
Share on FacebookShare on Twitter

ফলাফল নিৰ্বিশেষে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ আজিৰ খেলখন দুটা কথাৰ বাবে ইতিহাসৰ সাক্ষী হৈ ৰ’ব।

প্ৰথম কথাটো হ’ল ষ্টেডিয়ামখন নিৰ্মাণ হোৱাৰ পিছত আজিৰ খেলখনেই হ’ব ইয়াত অনুষ্ঠিত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্টীয় প্ৰতিযোগিতা।

আনহাতে একেই কাৰণত আজিৰ খেলখন স্মৰণীয় হৈ ৰ’ব আজি অভিষেক ঘটিব লগীয়া ঋষভ পন্তৰ বাবে। যদি মূল একাদশত স্থান পাই তেন্তে পন্তৰ বাবে গুৱাহাটীয়েই হ’ব এদিনীয়াৰ কেৰিয়াৰ আৰম্ভণি বিন্দু।

অৱশ্যেই, ভাৰতীয় দলটো যদি জয়ী হয়, এই ঐতিহাসিক দিনটোৰ সোণত সুৱগা চৰাৰ দৰে কথা হ’ব।

উল্লেখযোগ্য যে ঋষভ পন্তে কেইবামাহ পূৰ্বেই টেষ্ট মেচত অভিষেক ঘটাইছে আৰু এতিয়ালৈকে খেলা ৫খন টেষ্টত মুঠ ৩৪৬ ৰান কৰিছে, যিটো মোটামুটি সন্তোষজনক।

আনহাতে টি-টুৱেণ্টিতো পন্তে ইতিমধ্যে ৪ খন খেলি মুঠ ৭৩ ৰান গোটাইছে।

মূলতঃ উইকেটকীপাৰ হ’লেও কাইলৈ বেটছমেন হিচাপেহে খেলত নামিব পন্ত। কাৰণ অভিজ্ঞ ধোনিয়েই উইকেটৰ পিছফালে দায়িত্ব পালন কৰাটো মেনেজমেণ্টে ইতিমধ্যে নিশ্চিত কৰি থৈছে।

মন কৰিব লগীয়া যে বাওঁহতীয়া বেটছমেন ঋষভ পন্তে ঠাই পাইছে আন এজন উইকেটকীপাৰ দীনেশ কাৰ্তিকৰ ঠাইত, যিজনে ধাৰাবাহিকভাৱে কেইবাখনো খেলত দুৰ্বল প্ৰদৰ্শনৰ ফল ভুগিব লগীয়া হ’ল।

 

Recent News

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd