• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘন কুঁৱলীৰ বাবে গুৱাহাটীত নোৱাৰিলে; ঢাকাত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2024 1:17 pm
ফটো সৌজন্যঃ হিন্দুস্তান টাইমছ।

ফটো সৌজন্যঃ হিন্দুস্তান টাইমছ।

1.3k
VIEWS
Share on FacebookShare on Twitter

ঘন কুঁৱলীৰ ফলত দৃশ্যমানতা হ্ৰাস পোৱাৰ বাবে মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী ইণ্ডিগ’ৰ এখন বিমান বাংলাদেশৰ ৰাজধানী ঢাকাত জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয়।

ঘন কুঁৱলীৰ বাবে গুৱাহাটীত অৱতৰণ কৰিব নোৱাৰা বিমানখনে পুৱা প্ৰায় ৪ বজাত ঢাকা বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে।

এই ঘটনাত যাত্ৰীসকল বিৰক্ত হৈ পৰে। বহুতে ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰে। বিমানখনত আছিল মুম্বাই কংগ্ৰেছৰ প্ৰাক্তন যুৱ সভাপতি সুৰজ সিং ঠাকুৰ। ইম্ফলত ভাৰত ন্যায় জোড়ো যাত্ৰাত যোগদান কৰিবলৈ আহিছিল। কিন্তু গুৱাহাটী বিমানবন্দৰত নামিব নোৱাৰাৰ বাবে ক্ষোভ উজাৰি দিলে।

লগতে পঢ়কঃ শাৰীৰিক সম্পৰ্ক অস্বীকাৰ মানসিক নিষ্ঠুৰতা; বিবাহ বিচ্ছেদ বিচাৰিব পাৰে স্বামীয়ে! উচ্চ ন্যায়ালয়

বিমানখনত এতিয়াও যাত্ৰী থকা বুলি জানিব পৰা গৈছে। পুনৰ কেতিয়া বিমান উৰিব সেয়াও নিশ্চিত নহয়। বহু সময় বিমানত বহি থকাৰ পিছত যাত্ৰীসকল ক্লান্ত আৰু বিৰক্ত হৈ পৰে।

ইণ্ডিগ’ কৰ্তৃপক্ষই এই বিমানখন পুনৰ কেতিয়া গুৱাহাটী অভিমুখে ৰাওনা হ’ব সেয়াও নিশ্চিত কৰিব পৰা নাই।

Recent News

ট্ৰাম্পৰ শুল্কৰ জাল ফালি ওলোৱাৰ উপায় কি? কি ক’লে নোবেল বিজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে

ট্ৰাম্পৰ শুল্কৰ জাল ফালি ওলোৱাৰ উপায় কি? কি ক’লে নোবেল বিজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে

লোকসভাত গৃহীত ৰাষ্ট্ৰীয় ক্ৰীড়া বিধেয়ক; ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত কি পৰিৱৰ্তন হ’ব?

লোকসভাত গৃহীত ৰাষ্ট্ৰীয় ক্ৰীড়া বিধেয়ক; ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত কি পৰিৱৰ্তন হ’ব?

প্ৰিয়জনক কেতিয়া আৰু কিদৰে আগবঢ়াব প্ৰেমৰ প্ৰস্তাৱ : জানো আহক সুফল লাভৰ উপায়

প্ৰিয়জনক কেতিয়া আৰু কিদৰে আগবঢ়াব প্ৰেমৰ প্ৰস্তাৱ : জানো আহক সুফল লাভৰ উপায়

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd