• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী অভিজিৎ গোস্বামীৰ ৰহস্যজনক ‘আত্মহত্যা’

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 4, 2021 5:26 pm
733
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ আগশাৰীৰ ব্যৱসায়ী অভিজিৎ গোস্বামীৰ মৃতদেহ নিজৰ শোৱনি কোঠাতে ৰহস্যজনক অৱস্থাত ওলমি থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শংকু দা নামেৰে জনপ্ৰিয় অভিজিৎ গোস্বামীৰ মৃতদেহ আজি মহানগৰীৰ চান্দমাৰীৰ নিজৰাপাৰৰ বাসভৱনত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়।

প্ৰয়াত গোস্বামী গুৱাহাটীৰ অলংকাৰ হোটেলৰ স্বত্বাধিকাৰ আছিল আৰু তেওঁ বিশিষ্ট ব্যৱসায়ী ফণী শৰ্মাৰ জোঁৱাই আছিল।

অভিজিৎ গোস্বামীৰ পত্নী সম্প্ৰতি লণ্ডনত আছে আৰু স্বামীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে তেওঁ ততাতৈয়াকৈ অসম অভিমুখে ৰাওনা হৈছে।

১৯৬০ চনত জন্মগ্ৰহণ কৰা অভিজিৎ গোস্বামীৰ পিতৃ আছিল প্ৰয়াত কমলা কান্ত গোস্বামী।

গুৱাহাটীৰ ডন বস্ক স্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰি অভিজিৎ গোস্বামীয়ে মেঘালয়ৰ শ্বিলঙলৈ উচ্চ শিক্ষাগ্ৰহণৰ উদ্দেশ্যে গৈছিল।

প্ৰয়াত গোস্বামী মানসিক স্বাস্থ্য সম্পৰ্কীয় প্ৰতিষ্ঠান MIND India ৰ প্ৰতিষ্ঠাপক সদস্যৰ লগতে সম্পাদক আছিল।

এগৰাকী সমাজসেৱক হিচাবেও তেওঁ সকলোৰে মাজত পৰিচিত আছিল। মৃত্যুৰ সময়ত অভিজিৎ গোস্বামীয়ে পত্নীৰ লগতে দুই কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে।

প্ৰদেশ কংগ্ৰেছৰ মিডিয়া চেলৰ মুৰব্বী ববিতা শৰ্মাই বিশিষ্ট ব্যৱসায়ী অভিজিৎ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Recent News

দৈনিক বাদাম খোৱাৰ আছে অনেক উপকাৰিতা! আজিয়েই জানি থওক

দৈনিক বাদাম খোৱাৰ আছে অনেক উপকাৰিতা! আজিয়েই জানি থওক

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd