• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জলমগ্ন গুৱাহাটী: কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ জৰুৰী নিৰ্দেশনা; হেল্পলাইন নম্বৰ মুকলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2022 2:24 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

259
VIEWS
Share on FacebookShare on Twitter

নেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি, নাগৰিকসকলক অতি প্ৰয়োজনীয় নোহোৱালৈকে বাহিৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনৰ তৰফৰ পৰা।

যিসকল লোকৰ বাসস্থানত পানী জমা/ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে তেনে লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ কথা বিবেচনা কৰিবলৈ নাইবা ১০৭৭/৮৬৩৮১১২২৯৭ নম্বৰত জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে কামৰূপ মহানগৰ’ জিলা প্ৰশাসনে।

ফটো: নৰ্থইষ্ট নাও।

আনহাতে, কামৰূপ মহানগৰ জিলা উপায়ুক্তই দিয়া এক জৰুৰী বাৰ্তাত কোৱা হৈছে যে যিকোনো জৰুৰী অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক ৯৫০৮২-০৯৬৮৬ নম্বৰত, ফিল্ড অ’ফিচাৰ গুৱাহাটী (DDMA)ক ৯৭০৭৭-২৭৪২২ নম্বৰত অথবা দিছপুৰ ৰাজহ চক্ৰ বিষয়াক ৮৩৭৬০-২৯৯৮৪ নম্বৰত আৰু ফিল্ড অ’ফিচাৰ দিছপুৰ (DDMA)ক ৮৮৭৬০-৮৬৪৮৮ নম্বৰত নাইবা প্ৰশাসনৰ টোল  ফ্ৰী নম্বৰ ১০৭৭/৯৩৬৫৪-২৯৩১৪ ত যোগাযোগ কৰক।

বাৰ্তাটোত লগতে প্ৰশাসনে সকলো সময়তে সহায় কৰিবলৈ প্ৰস্তুত থকাৰ কথা জানিবলৈ দিছে।   

Recent News

এৰেঞ্জ মেৰেজৰ বাবে গৈ উপস্থিত হৈছিল আমেৰিকাত; বিয়াৰ পূৰ্বেই সন্ধানহীন ভাৰতীয় যুৱতী

এৰেঞ্জ মেৰেজৰ বাবে গৈ উপস্থিত হৈছিল আমেৰিকাত; বিয়াৰ পূৰ্বেই সন্ধানহীন ভাৰতীয় যুৱতী

গৰুখুটিৰ সংকট? কোটি টকীয়া প্ৰকল্পৰ গৰু নিখোজ, অৰাজকতাৰ উত্তৰ দিবলৈ কোনো নাই!

গৰুখুটিৰ সংকট? কোটি টকীয়া প্ৰকল্পৰ গৰু নিখোজ, অৰাজকতাৰ উত্তৰ দিবলৈ কোনো নাই!

বিশ্বৰ বজাৰত খলকনি অসমৰ মাৰকুলিনৰ জৈৱিক আনাৰসৰ, ৰপ্তানি হ’ল ১ হাজাৰ মেট্ৰিকটন আনাৰস

বিশ্বৰ বজাৰত খলকনি অসমৰ মাৰকুলিনৰ জৈৱিক আনাৰসৰ, ৰপ্তানি হ’ল ১ হাজাৰ মেট্ৰিকটন আনাৰস

ভুল স্বীকাৰ কৰিলে যদিও ক্ষমা খোজাৰ পৰা বিৰত থাকিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কি ক’লে সামাজিক মাধ্যমত?

ভুল স্বীকাৰ কৰিলে যদিও ক্ষমা খোজাৰ পৰা বিৰত থাকিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কি ক’লে সামাজিক মাধ্যমত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd