• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ মনোনয়ন দাখিল

‘ভোটৰ সংগ্ৰাম-প্ৰতিশ্ৰুতি নহয় ফলাফল দিয়ক’ শ্ল’গানেৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 5, 2019 3:42 pm
Upamanyu Hazarika

মনোনয়ন দাখিলৰ সময়ত গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা। ফটো : নৰ্থ-ইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থৰ ৰক্ষাৰ বাবে আগন্তুক সপ্তদশ লোকসভা নিৰ্বাচনত অসমৰ সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হোৱা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই আজি মনোনয়নপত্ৰ দাখিল কৰে।

আমিনগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়া কমল কুমাৰ বৈশ্যৰ ওচৰত মনোনয়ন দাখিল কৰে হাজৰিকাই। মনোনয়ন দাখিলৰ সময়ত হাজৰিকাই শতাধিক সমৰ্থকক লগত লৈ শৰাইঘাট দলঙৰ পৰা বাইক আৰু গাড়ীৰে সমদল কৰি উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়।

মনোনয়ন দাখিল কৰি সাংবাদিকেৰে হোৱা কথা বতৰাত নিৰ্দলীয় প্ৰাৰ্থী হাজৰিকাই কয় যে খিলঞ্জীয়া লোকৰ কোনো দল নাই। ১৯৫১ চনৰ ভিত্তিত ভূমি, চাকৰি তথা ব্যৱসায় সংৰক্ষণৰ ক্ষেত্ৰত মাত মাতি যাব বুলি হাজৰিকাই সদৰী কৰে।

Upamanyu Hazarika
ফটো : নৰ্থ-ইষ্ট নাও

‘প্ৰত্যেকটো ৰাজনৈতিক দলে খিলঞ্জীয়া লোকক ঠগিলে গতিকে মোৰ বাবে খিলঞ্জীয়া প্ৰথম’। এই মন্তব্য অসমৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থৰ ৰক্ষাৰ হকে কাম কৰি থকা বুলি দাবী কৰা উপমন্যু হাজৰিকাৰ।

উল্লেখ্য যে ‘ভোটৰ সংগ্ৰাম-প্ৰতিশ্ৰুতি নহয় ফলাফল দিয়ক’ এই শ্ল’গান লৈয়ে হাজৰিকাই মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন ওজা আৰু কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি মন্তব্য কৰে।

ইফালে আজিয়েই গুৱাহাটী সমষ্টিৰ আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডেও নিজৰ মনোনয়নপত্ৰ দাখিল কৰিব। আনহাতে মিত্ৰজোঁটৰ হৈ বিজেপি প্ৰাৰ্থী কুইন ওজা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাই ১ এপ্ৰিল অৰ্থাৎ সোমবাৰেই দাখিল কৰিছিল মনোনয়ন।

Tags: নিৰ্বাচন ২০১৯

Recent News

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd