• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিবাদ দমনৰ লক্ষ্যৰে মহানগৰীত ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2019 5:48 pm
১৪৪ ধাৰা জাৰি

প্ৰতিনিধিত্বমূলক চিত্ৰ

395
VIEWS
Share on FacebookShare on Twitter

নগাৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ বিৰোধিতা কৰি ৰাজ্যত সবৰ্তে ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শেহতীয়াকৈ এই প্ৰতিবাদ দমনৰ বাবে তৎপৰ হৈ পৰিছে গুৱাহাটী মহানগৰীৰ আৰক্ষী-প্ৰশাসন।

আৰক্ষী বিষয়া ড০ ৰমণদ্বীপ কৌৰে আজি জাৰি কৰা এক নিৰ্দেশনা জৰিয়তে গুৱাহাটী মহানগৰীত ১৪৪ ধাৰা জাৰি কৰিছে। দিচপুৰ, ভঙাগড়, বশিষ্ঠ, হাতীগাঁও থানাত এলেকাত ১৪৪ ধাৰা জাৰি কৰিছে। লগতে সোণাপুৰ আৰু ক্ষেত্ৰী আৰক্ষী থানা এলেকাটো প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে।

জাৰি কৰা ১৪৪ ধাৰা মতে কোনো ঠাইত ৫ জনতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব। লগতে মহানগৰীৰ কোনো ঠাইত ধৰ্ণা, শ্ল’গান দিব নোৱাৰবি।

উল্লেখযোগ্য যে জাতিদ্ৰোহী নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্য উত্তাল হৈ পৰিছে। বিভিন্ন দল-সংগঠন, ছাত্ৰ-ছাত্ৰীয়ে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰি তুলিছে সমগ্ৰ ৰাজ্যৰ পৰিৱেশ।

ফলত মহানগৰ আৰক্ষী-প্ৰশাসনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি জনোৱা এই প্ৰতিবাদী কাৰ্যসূচী দমন কৰাৰ স্বাৰ্থতে জাৰি কৰিছে ১৪৪ ধাৰা।

Recent News

কল্ডপ্লেৰ সংগীতানুষ্ঠানৰ ভাইৰেল ভিডিঅ’ৰ পাছত পদত্যাগ এষ্টন’মাৰৰ HR মুৰব্বী ক্ৰীষ্টিন কেবটেৰ!

কল্ডপ্লেৰ সংগীতানুষ্ঠানৰ ভাইৰেল ভিডিঅ’ৰ পাছত পদত্যাগ এষ্টন’মাৰৰ HR মুৰব্বী ক্ৰীষ্টিন কেবটেৰ!

কেৱল ভুৱা দূতাবাস নহয়, প্ৰৱঞ্চক হৰ্ষবৰ্ধন জৈনে প্ৰতিষ্ঠা কৰিছিল ভুৱা ‘ইষ্ট ইণ্ডিয়া কোম্পানী’ও!

কেৱল ভুৱা দূতাবাস নহয়, প্ৰৱঞ্চক হৰ্ষবৰ্ধন জৈনে প্ৰতিষ্ঠা কৰিছিল ভুৱা ‘ইষ্ট ইণ্ডিয়া কোম্পানী’ও!

চাণক্য নীতি : আপোনাৰ শ্ৰেষ্ঠ বন্ধু কোন? কৈ গৈছে চাণক্যই

চাণক্য নীতি : আপোনাৰ শ্ৰেষ্ঠ বন্ধু কোন? কৈ গৈছে চাণক্যই

মগজুৰ কৰ্কট ৰোগত নতুন ঔষধৰ যুগান্তকাৰী সফলতা! ৪০ বছৰীয়া ৰোগীৰ আৰোগ্যই দেখুৱালে আশাৰ ৰেঙণি

মগজুৰ কৰ্কট ৰোগত নতুন ঔষধৰ যুগান্তকাৰী সফলতা! ৪০ বছৰীয়া ৰোগীৰ আৰোগ্যই দেখুৱালে আশাৰ ৰেঙণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd