• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে হকী ইণ্ডিয়াৰ সভাপতি নিৰ্বাচিত মণিপুৰৰ জ্ঞানেন্দ্ৰো নিংগমবাম

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2020 11:33 am
হকী ইণ্ডিয়াৰ নৱ-নিৰ্বাচিত সভাপতি নিংগমবাম

হকী ইণ্ডিয়াৰ নৱ-নিৰ্বাচিত সভাপতি নিংগমবাম

710
VIEWS
Share on FacebookShare on Twitter

হকী ইণ্ডিয়াৰ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে মণিপুৰৰ জ্ঞানেন্দ্ৰো নিংগমবাম।

হকী ইণ্ডিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা নিংগমবাম উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে জ্ঞানেন্দ্ৰো নিংগমবামে হকী ইণ্ডিয়াৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

পূৰ্বৰ সভাপতি মহম্মদ মুস্তাক আহমেদে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰ্যালয়ৰ নিৰ্দেশত পদত্যাগ কৰাৰে পৰা নিংগমবামে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছিল।

কোভিডৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত হকী ইণ্ডিয়াৰ নিৰ্বাচন ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত কৰিছিল।

নিংগমবামে ২০০৯ চনৰ পৰা ২০১৪ চনলৈ মণিপুৰ হকীৰ মুখ্য কাৰ্য্যবাহী বিষয়া হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছিল।

আনহাতে, জ্ঞানেন্দ্ৰা নিংগমবাম হকী ইণ্ডিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত তেওঁৰ গৃহ ৰাজ্য মণিপুৰত উৎসাহৰ সৃষ্টি হৈছে।

জ্ঞানেন্দ্ৰা নিংগমবামৰ নেতৃত্বত দেশত হকীখেলৰ বিস্তৰ বিকাশ হ’ব বুলি মণিপুৰৰ লগতে উত্তৰ-পূবৰ জনসাধাৰণে আশা প্ৰকাশ কৰিছে।

Recent News

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd